অত্যধিক হাৰত বিদ্যুত মাচুল অহা বুলি গ্ৰাহকে কৰা অভিযোগৰ পাছত এতিয়া সাৰ পাইছে এপিডিচিএল কৰ্তৃপক্ষ। সেই অনুসৰি ৰাইজে অভিযোগ দাখিল কৰিব পৰাকৈ এক হেল্পলাইন নম্বৰ মুকলি কৰি দিছে। সমান্তৰালভাৱে এটা হোৱাটছএপ নম্বৰো মুকলি কৰিছে। ইয়াৰ দ্বাৰা গ্ৰাহকে নিজৰ ওজৰ আপত্তি দাখিল কৰিব পাৰিব। গ্ৰাহকসকলে ১৯১২ হেল্পলাইন নম্বৰলৈ ফোন কৰিব পাৰে। নতুবা ৭৫৭৫৯৯৯৬৬৬ নম্বৰত হোৱাটছএপ কৰিও অভিযোগ দাখিল কৰিব পাৰিব।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Business Idea: सरकार की मदद से शुरू करें ये बिजनेस, लाखों रुपये की होगी इनकम, करना होगा ये छोटा-सा काम
नई दिल्ली, बिजनेस डेस्क। अगर आप भी ऐसा बिजनेस शुरू करना चाहते हैं जिससे आप भी बंपर कमाई कर...
কেইবাখনো জিলাৰ উপায়ুক্তক বদলি
মুখ্যমন্ত্ৰীৰ সচিব খনীন্দ্ৰ চৌধুৰীকে ধৰি ৰাজ্যখনৰ কেইবাখনো জিলাৰ উপায়ুক্তক হঠাৎ বদলিৰ নিৰ্দেশনা...
ಪಕ್ಷದ ಕಚೇರಿಯಲ್ಲಿ ಹೃದಯಾಘಾತದಿಂದ ಮೃತಪಟ್ಟ ಬಿಜೆಪಿ ಮುಖಂಡ
ದೇಶದಲ್ಲಿ ದಿನದಿಂದ ದಿನಕ್ಕೆ ಹೃದಯಾಘಾತದಿಂದ ಮೃತಪಟ್ಟ ಪ್ರಕರಣಗಳು ಹೆಚ್ಚಾಗುತ್ತಿವೆ. ಬೆಂಗಳೂರಿನ ಬಿಜೆಪಿ...