আজি দিনৰ ভাগত কামৰূপ জিলাৰ হাজো সমষ্টিৰ অন্তৰ্গত চমুখাৰ বৰলীয়া নৈৰ ভগ্ন মঠাউৰি পুনৰনিৰ্মান পৰিদৰ্শন কৰে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই৷মঠাউৰিটো পৰিদৰ্শন কৰিয়ে মন্ত্ৰী গৰাকীয়ে আগন্তুক বিশ পচিশ দিনমানৰ ভিতৰত সম্পূৰ্ণ হব বুলি কয়৷উল্লেখ্য বিগত বৰ্ষৰ জুনমাহত উক্ত ঠাইৰ লগতে লৰমাগৌৰহাটীতো বৰলীয়াৰ মঠাউৰি চিঙি অঞ্চলটোলৈ দুৰ্যোগ নমাই আনিছিল৷আজি চমুখাৰ পিচতে মন্ত্ৰী গৰাকী লৰমাগৌৰহাটীতো উপস্থিত হৈ কামকাজৰ বুজ লয়৷আজি মন্ত্ৰী গৰাকীৰ লগত হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়া,কমলপুৰৰ বিধায়ক দিগন্ত কলিতা,যুৱ আয়োগৰ সদস্য সচিব ৰাতুল শৰ্মা,কামৰূপ জিলাৰ উপায়ুক্ত কীত্তিি জলি,উত্তৰ কামৰূপ জিলা বিজেপিৰ সভাপতি সুবল পাল,বিভাগীয় বিষয়া কৰ্মচাৰী সকলে সহযোগ কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Rajasthan Election 2023 : CM Ashok Gehlot का आज तीन जिलों का दौरा | CP Joshi | Congress | BJP
Rajasthan Election 2023 : CM Ashok Gehlot का आज तीन जिलों का दौरा | CP Joshi | Congress | BJP
Gurmeet Chadha’s Multibagger Stock Picks | RBI Action की वजह से क्या Midcaps में पड़ रहा है असर?|NBFC
Gurmeet Chadha’s Multibagger Stock Picks | RBI Action की वजह से क्या Midcaps में पड़ रहा है...
West Bengal Blast: मिदनापुर में TMC नेता के घर बम धमाका, दो की मौत
पश्चिम बंगाल से बड़ी खबर सामने आ रही है. मिदनापुर इलाके में एक घर में बम धमाके से हड़कंप मच गया....
SBI Share Strategy For Traders: PSU Bank Index अपने High पर, SBI को अब कैसे करें Approach? Business
SBI Share Strategy For Traders: PSU Bank Index अपने High पर, SBI को अब कैसे करें Approach? Business