নামেৰী ৰাষ্ট্ৰীয় উদ্যানত পুনৰ হস্তনিৰ্মিত বন্দুক উদ্ধাৰ| ৰাষ্ট্ৰীয় উদ্যানত চাৰি জনকৈ দুষ্কৃতিকাৰীয়ে চোৰাং চিকাৰৰ বাবে বাহৰ পাতি থকা তহলদৰী দলে প্ৰতক্ষ্য কৰাত দলটো পলাই যাবলৈ সক্ষম হয় |ঘটনাস্থলীত বনবিভাগৰ দলটোৱে এক ৰাউণ্ড গুলি কৰাত দুষ্কৃতিকাৰীকেইজন পলাই যাবলৈ সক্ষম হয় |উল্লেখ্যে যে ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰত প্ৰবেশ কৰা দুষ্কৃতিকাৰী দলটোৰ পৰা এটা হস্তনিৰ্মিত বন্দুক আৰু দুই জাই সজীৱ গুলি উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইতিমধ্যে বন বিভাগে নামেৰী ৰাষ্ট্ৰীয় উদ্যানত এটা বাঘ নিধন কৰাৰ ঘটনাৰ তদন্ত অব্যাহত থাকোতেই পুনৰ বন্দুক উদ্ধাৰ হোৱা ঘটনাই অঞ্চলজুৰি তিব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Full Bulletin | 27.08.2022 | Raftaar Marathi Media
Full Bulletin | 27.08.2022 | Raftaar Marathi Media
MCN NEWS| राज्यातील सर्व पेंशनर्सचे प्रश्न लवकर मार्गी लागतील संदीपान भुमरे
MCN NEWS| राज्यातील सर्व पेंशनर्सचे प्रश्न लवकर मार्गी लागतील संदीपान भुमरे
June 2024 में Hyundai की इस गाड़ी पर है सबसे ज्यादा वेटिंग पीरियड, जानें कितने ऑर्डर हैं पेंडिंग
साउथ कोरियाई वाहन निर्माता हुंडई की ओर से भारतीय बाजार में कई बेहतरीन कारों और एसयूवी को ऑफर किया...
एसिडिटी और गैस का इलाज | 3 Ways to Get Relief from Gas & Acidity
एसिडिटी और गैस का इलाज | 3 Ways to Get Relief from Gas & Acidity