মৰাণৰ তিলৈবাৰী বঙালী গাঁও আৰু মণিপথাৰ সংযোগী পথত তিলৈ নৈৰ ওপৰত থকা কাঠৰ দলঙৰ তলত আজি দুপৰীয়া এটা মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ মৃতদেহটো মণিপথাৰ গাঁৱৰ ভাইলা মুণ্ডাৰ পত্নী অনিতা মুণ্ডাৰ (৩৬) বুলি চিনাক্ত কৰিছে পৰিয়ালৰ লোকে ৷ যোৱা নিশাৰে পৰা সন্ধানহীন হৈ আছিল মহিলাগৰাকী ৷ আজি দুপৰীয়া মৃতদেহটো প্ৰত্যক্ষ কৰি খোৱাং আৰক্ষীক অৱগত কৰাৰ পাছত বৰ্তমান স্থানীয় দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে নৈৰ পৰা উদ্ধাৰ কৰিছে মৃতদেহটো ৷ পাৰিবাৰিক অশান্তিৰ বাবেই মহিলাগৰাকীয়ে নৈত জপিয়াই আত্মহননৰ পথ বাচি লোৱা বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মৰাণহাট সেউজপুৰ নিবাসী বিজয়লক্ষ্মী গগৈৰ ডক্টৰেট ডিগ্ৰী লাভ
মৰাণহাট সেউজপুৰ নিবাসী বিজয়লক্ষ্মী গগৈ ডক্টৰেট ডিগ্ৰী লাভ
બનાસકાંઠા કલેકટર અને જિલ્લા મેજીસ્ટ્રેટશ્રી આનંદ પટેલે ૪ બુટલેગરોને પાસા હેઠળ જેલમાં ધકેલવા હુકમ કર્યા
બનાસકાંઠા કલેકટર અને જિલ્લા મેજીસ્ટ્રેટશ્રી આનંદ પટેલે ૪ બુટલેગરોને પાસા હેઠળ જેલમાં ધકેલવા હુકમ...
15,अक्टूबर को अंतर्राष्ट्रीय ग्रामीण महिला दिवस क्यों मनाया जाता हें- जाने का कारण
अंतर्राष्ट्रीय ग्रामीण महिला दिवस प्रत्येक वर्ष 15 अक्टूबर को विश्व स्तर पर मनाया जाता है। यह दिन...
Indian Economy: PM Modi का सपना होगा सच, 2030 तक देश बनेगा तीसरी बड़ी इकोनॉमी | AI Anchor Sana
Indian Economy: PM Modi का सपना होगा सच, 2030 तक देश बनेगा तीसरी बड़ी इकोनॉमी | AI Anchor Sana
অসমৰ প্ৰথম একক মুক্তক সংগ্ৰহ অনুপ শৰ্মাৰ "প্রতীক্ষা" গৃহ বিমোচন
কমল নয়ন সংস্কৃতি গোষ্ঠীৰ দ্বাৰা আয়োজিত আৰু আগচু মোনাবাৰী গাওঁ শাখাৰ সহযোগত Career...