নলবাৰী ঘগ্ৰাপাৰত শনিবাৰে আবেলি ৰেলৰ খুন্দাত নিহত হোৱা যুৱকৰ নশ্বৰ দেহ আজি আবেলি শহস্ৰাধিক লোকৰ উপস্থিতিত সৎকাৰ কৰে৷উল্লেখ্য যে শনিবাৰে আবেলি ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত চতমা গাৱঁৰ নামখালা চুবুৰিৰ কৌশিক শৰ্মা নামৰ ২৬ বছৰীয়া যুৱক এজন দ্ৰুতবেগি ৰেলৰ খুুন্দাত নিহত হৈছিল৷যুৱকজন চুবুৰিটোৰ এ এছ ই বিৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী নৰেশ্বৰ শৰ্মাৰ একমাত্ৰ পুত্ৰ সন্তান আছিল৷অতিপাত জনপ্ৰিয় যুৱকজনৰ মৃত্যুক অঞ্চলবাসীয়ে সহজ ভাবে লব পৰা নাই৷সেয়েহে সকলোৱে শেষবাৰৰ বাবে এবাৰ চোৱাৰ বাবে ভিৰ কৰে নামখালাত৷সকলোৰে চকুত চকুপানী৷নিৰবে উচুপিছে শহস্ৰাধিকে৷অলপতে জি এম চি এইছত কৰ্মসংস্থাপন হোৱা যুৱক জনৰ মৃত্যুৰ বাতৰিয়ে জি এম চি এইছটো শোকৰ ছা পৰিছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
पेपरलीक मामले में 10 ट्रेनी एसआई को मिली जमानत:कुल 19 आरोपियों ने लगाई थी याचिका, 9 की अपील खारिज की गई
सब इंस्पेक्टर भर्ती -2021 के पेपरलीक मामले में हाईकोर्ट ने 10 ट्रेनी सब इंस्पेक्टर को जमानत दे दी...
Danish Ali Viral: अमरोहा के मुस्लिमों ने दानिश अली के मामले पर कह दी ऐसी बात
Danish Ali Viral: अमरोहा के मुस्लिमों ने दानिश अली के मामले पर कह दी ऐसी बात
મોતીપુરા પ્રાથમિક શાળા ખાતે mdm કેન્દ્રની મુલાકાત લેતા દેવગઢ બારીયા ના મામલતદાર
મોતીપુરા પ્રાથમિક શાળા ખાતે mdm કેન્દ્રની મુલાકાત લેતા દેવગઢ બારીયા ના મામલતદાર
ৰঙিয়াৰ হাইৱে চক'ৰ সমীপত মঙ্গলবাৰে সংঘটিত এক পথ দুৰ্ঘটনাত এগৰাকী মহিলাৰ থিতাতে মৃত্যু
ৰঙিয়াৰ হাইৱে চক'ৰ সমীপত মঙ্গলবাৰে সংঘটিত এক পথ দুৰ্ঘটনাত এগৰাকী মহিলাৰ থিতাতে মৃত্যু হয় ।