অসম ৰাজ্যিক মুক্তি যুঁজাৰু সন্মিলন আৰু শিৱসাগৰ জিলা মুক্তি যুঁজাৰু সন্মিলন উদ্যাগত অসম চৰকাৰৰ সহযোগত আজি দিনজোৰা কাৰ্যসূচীয়ে শিৱসাগৰ যুৱ দলৰ প্ৰেক্ষাগৃহত ৰাজ্যিক ভিত্তিত"ভাৰত ত্যাগ আন্দোলন" ৰ স্মৃতি ৰোমন্থন সমাৰোহ অনুষ্ঠিত হৈছে।আজি পুৱা প্ৰভাত ফেৰী উদ্ধোধন কৰে অ ৰাজ্যিক মুক্তি যুঁজাৰু সন্মিলনৰ কাৰ্যকৰী সভাপতি ভোলানাথ নগৰীয়াই।ইয়াৰ পাছত মুক্তি যুঁজাৰু আৰু প্ৰতিনিধি সকলে স্বচ্ছ ভাৰত অভিযানত অংশগ্ৰহণ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ન્યુઝીલેન્ડ માં વધુ એક ગુજરાતી યુવક ની હત્યા
ન્યુઝીલેન્ડ ના ઓકલેન્ડ ખાતે નવસારી ના જલાલ પુર તાલુકાના વડોલી ગામ ના જનક કાલિદાસ પટેલ 8 મહિના...
રાજુલા તાલુકાના રૂખડબાપુની વાવડી ગામની સીમમાં બનેલ એટ્રોસિટી ના કેસ માં આરોપી નો છુટકારો
રાજુલાના મહે.એડી.સેશન્સ જજ સાહેબ એમ.એસ.સોની સાહેબ ની કોર્ટમાં કેસ ચાલી જતાં આરોપી તરફે ચુકાદો.
આ...
ससेवाडी फाट्यावर कंटेनर दुचाकी अपघात; दुचाकीस्वार जागीच ठार@india report
ससेवाडी फाट्यावर कंटेनर दुचाकी अपघात; दुचाकीस्वार जागीच ठार@india report
সোণাৰি লাচিত উদ্যানত আটাছুৰ অৱস্থান ধৰ্মঘট; আঙুৰলতা ডেকাই আহোম জনগোষ্ঠীক অপমান কৰাৰ প্ৰতিবাদত
চৰাইদেউ জিলাৰ সোণাৰি লাচিত উদ্যানত টাই আহোম ছাত্র সন্থাই অৱস্থান ধৰ্মঘট পালন কৰে ।বিজেপিৰ...