মৰাণৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অচিনাক্ত পুৰুষৰ মৃতদেহ উদ্ধাৰ । মৰাণ চাহ বাগিছাৰ কলঘৰৰ গেটৰ সন্মূখত খাৱৈত পৰি থকা অৱস্থাত স্থানীয় লোকে পুৱাৰ ভাগত প্রত্যক্ষ কৰে মৃতদেহটো । মৰাণহাট আৰক্ষীক খৱৰ দিয়া হৈছে এই মূহুৰ্তলৈকে ঘটনাস্থলীত উপস্থিত হোৱা নাই আৰক্ষী । ঘটনাক লৈ তীব্ৰ চাঞ্চল্য ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
চৰাইদেউ মৈদাম ক্ষেত্ৰলৈ আহিছে আন এক আশাব্যঞ্জক খবৰ
চৰাইদেউ মৈদামক্ষেত্ৰকলৈ ইউনেস্কৰ পৰা আহিল আশাব্যঞ্জক খবৰ
ৰাজ্যবাসীৰ বাবে এক সুখবৰ এয়ে যে...
મહુવા ખાતે મોબાઈલ પર જુગાર રમાડનારાઓને ઝડપતી એલસીબી.
મહુવા ખાતે મોબાઈલ પરથી જુગાર રમાડતા ઈસમોને સુરત ગ્રામ્ય એલસીબીની ટીમે ઝડપી પાડ્યા.
સુરત ગ્રામ્ય...
HP Dragonfly G4 13 Gen: एचपी ने लॉन्च किया नया लैपटॉप, लाखों में है डिवाइस की कीमत, फीचर्स भी हैं जबरदस्त
जानें माने ब्रांड एचपी ने अपने कस्टमर्स के लिए नया लैपटॉप लॉन्च किया है जिसे HP Dragonfly G4 13...
নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ইনটেক টানেলৰ ওপৰত ভয়ংকৰ ভূমিস্খলন।
নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ইনটেক টানেলৰ ওপৰত ভয়ংকৰ ভূমিস্খলন।