মৰাণৰ দৈনিক বজাৰত দুই মহিলাৰ মাজত প্ৰচণ্ড মাৰ-পিতৰ ঘটনা । গুৰুতৰ ভাৱে আহত এগৰাকী মহিলা । সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ । মৰাণ আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ সন্মূখত সন্ধিয়া হয় এই ঘটনা । জয়া নগৰ নিবাসী পূজা পালৰ আক্ৰমনত গুৰুত্বৰভাৱে আহত হয় কিৰন মুণ্ডা নামৰ মহিলাগৰাকী । বজাৰত উপস্থিত থকা ৰাইজে বাধা প্ৰদান কৰাৰ লগতে আৰক্ষীক খৱৰ দিয়াত কাজিয়া এৰুৱাবলৈ সক্ষম হয় । ততাতৈয়াকৈ কিৰন মুণ্ডাক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । সম্প্ৰতি আন গৰাকী মহিলা পূজা পাওল আৰক্ষীৰ জিম্মাত।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
આવી રહ્યુ છે રેમલ વાવાઝોડું:..
આવી રહ્યુ છે રેમલ વાવાઝોડું : ગુજરાતમાં વાતાવરણમાં શરૂ થઈ હલચલ
...
Arvind Kejriwal Wife: पति की गिरफ्तारी पर Sunita Kejriwal ने तोड़ी चुप्पी | AAP | BJP | PM Modi
Arvind Kejriwal Wife: पति की गिरफ्तारी पर Sunita Kejriwal ने तोड़ी चुप्पी | AAP | BJP | PM Modi
ফ্ৰান্সত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মােদীৰ উপস্থিতিত অনুষ্ঠিত নৈশভােজলৈ আমন্ত্ৰিত প্ৰিয়ংকা দাস।
🔴ফ্ৰান্সত এৰোস্পেচ অভিযন্তা হিচাপে কৰ্মৰত ধেমাজিৰ প্ৰিয়ংকা।
🔴 নৈশভোজনত উপস্থিত থাকিব ভাৰতৰ...
Dark Truth Of TAJMAHAL | Explain By Rich Philosopher
ताजमहल की वो खतरनाक बाते जो आपको पता नही होगी.
ताजमहल किसने बनाया उसका पूरा सच जान लो.