গুৱাহাটীৰ আঠগাঁৱত আয়কৰৰ অভিযান

ব্যৱসায়ী JP আগৰৱালাৰ বাসভৱনত আয়কৰৰ তালাচী

ৰাজস্থান লাইম উদ্যোগৰ স্বত্বাধিকাৰী JP আগৰৱালা

ৰাজস্থান লাইম উদ্যোগৰ স্বত্বাধিকাৰী JP আগৰৱালাৰ মাৰ্বল, টাইছ লগতে গৃহ নিৰ্মাণ সামগ্ৰীৰ ব্যৱসায় ভাৰ্গৱৰ ছয়মাইল, গণেশগুৰিত আছে ৰাজস্থান লাইম উদ্যোগৰ প্ৰতিষ্ঠান ।