দৰং জিলা সাহিত্য সভাৰ ৫০ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু সোণালী জয়ন্তীৰ শুভাৰম্ভনী ৷দৰং জিলা সাহিত্য সভাৰ বৰ্ষযোৰা সোনালী জয়ন্তী উতসৱ উদযাপনৰ শুভাৰম্ভনী। সাহিত্য সভাৰ ৫০ খন পতাকা উত্তোলন কৰিলে জিলাখনৰ প্ৰাক্তন সভাপতি আৰু কেইবাজনো বিশিষ্ট ব্যক্তিয়ে ৷১৯৭৩ চনত গঠন হোৱা দৰং জিলা সাহিত্য সভাই অহা ২১ জুলাইত ৫০ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠান উদযাপন কৰে।মঙলদৈ সাহিত্য পৰিষদ ১৯৮২ চনত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত দৰং জিলা সাহিত্য সভা নামেৰে পৰিচয় লাভ কৰিছিল। শুভাৰম্ভনী অনুস্থানৰ মুকলি সভাত দৰং জিলা সাহিত্য প্ৰাক্তন সভাপতি সকলৰ লগতে অসম সাহিত্য সভাৰ উপসভানেত্ৰী মৃণালিনী দেৱী উপস্থিত থাকে ৷বছৰযোৰা শোনালী জয়ন্তী বৰ্ষ উদযাপন অনুস্থানত দৰং জিলা সাহিত্য সভাৰ পত্ৰিকা উদ্বোধন কৰে প্ৰাক্তন সভাপতি ড° নগেন্দ্ৰ নাথ শৰ্মাই ৷ অনুস্থানৰ লগত সংগতি ৰাখি জিলাখনৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ ৭ জন কৃৰ্তিমান ছাত্ৰছাত্ৰীক সম্বৰ্ধনা জনাই ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
મગફળીના પાકને નુકસાન થતાં ખેડૂતો મુશ્કેલીમાં મુકાયા
#buletinindia #gujarat #amreli
मल्लिकार्जुन खरगे ने बीजेपी पर साधा निशाना, कहा- 5 साल में आईं सिर्फ 12.2 लाख औपचारिक नौकरियां
नई दिल्ली, कांग्रेस अध्यक्ष मल्लिकार्जुन खरगे ने शुक्रवार को दावा किया कि मोदी सरकार के तहत...
विश्व योग दिवस:- पीएम मोदी का कश्मीर में संदेश योग अतीत के बोझ को हटाकर आज में जीना सिखाता है : मोदी
श्रीनगर | पीएम नरेंद्र मोदी ने कहा कि योग की ताकत को दुनिया मानती है यह ऐसा मजबूत माध्यम है जो...
વિશ્વ આરોગ્ય સંસ્થા દ્વારા 25 એપ્રિલ વિશ્વ મેલેરિયા દિવસ નિમિતે ખાંભા તાલુકામાં વિશ્વ મેલેરિયા દિવસ ની ઉજવણી કરવામા આવી.
વિશ્વ આરોગ્ય સંસ્થા દ્વારા 25 એપ્રિલ વિશ્વ મેલેરિયા દિવસ તરીકે ઉજવવાનું નક્કી કરવામાં આવેલ છે. જે...
September 13, 2022
દિયોદર ગ્રામ પંચાયત વી સી ઇ કર્મચારીઓ એ વિવિધ માંગણી ને લઈ આવેદનપત્ર પાઠવ્યું.
September 13, 2022 દિયોદર ગ્રામ પંચાયત વી. સી.ઈ કર્મચારીઓ એ વિવિધ માંગણી ને લઈને આવેદનપત્ર પાઠવ્યું