আজি পৰ্য্যন্ত মেৰামতি নহল বিগত ২০২২ চনৰ জুনমাহত প্ৰৱল বানপানীৰ ফলত বিধস্ত হোৱা এটি কালভাৰ্ট৷মৰোৱা কমলপুৰ গড়কাপ্তানি পথৰ উক্ত বিধস্ত কালভাৰ্টটোৰ কাষৰে দিয়া এটি উপপথৰে পথচাৰীয়ে বিপদ সংকুল ভাবে অহাযোৱা কৰি আছে৷ ইতিমধ্যে উক্ত উপপথত বিগত দিন কেইটাত কেইবাজনো লোক দুৰ্ঘটনাত পতিত হৈ আহত প্ৰাপ্ত হৈছিল৷বৰ্তমানো এইসকল আহতই চিকিৎসা কৰি থাকিব লগা হৈছে৷আনহাতে কেইবাখনো মালভৰ্তি ট্ৰাক দুৰ্ঘটনাত পতিত হৈ সামগ্ৰী সমূহৰ বিস্তৰ ক্ষতি হৈছিল৷ইমানৰ পিচতো লোক নিৰ্মাণ বিভাগে কালভাৰ্টটো কিয় মেৰামতি কৰা নাই এই লৈ ৰাইজৰ মাজত চৰ্চাৰ বিষয় হৈ পৰিছে৷ইতিমধ্যে লোক নিৰ্মাণ বিভাগে পথটোৰ দুই মুৰে পথ বন্ধৰ ফলক লগাই দায়িত্ব সাৰিছে৷সেয়েহে ৰাইজে পথটোৰ গুৰুত্ব বুজি শিঘ্ৰে মেৰামতিৰ দাবী কৰিছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પ્રોહીબીશનના ગુનામાં છેલ્લા છ માસથી નાસતા ફરતા બગસરાના કપિલભાઈ જેબલીયા ઝડપાયા.
અમરેલી જિલ્લાના બગસરા પોલીસ સ્ટેશનના પ્રોહીબીશનના ગુનામાં છેલ્લા છ માસથી નાસતા ફરતા આરોપીને પકડી...
इस तरह अजवाइन खाओगे तो मरते दम तक बवासीर नहीं होगी | Carom Seeds for Piles | Piles Remedy
इस तरह अजवाइन खाओगे तो मरते दम तक बवासीर नहीं होगी | Carom Seeds for Piles | Piles Remedy
NEWS :- वेबसाइट के एड्रेस बार में नहीं दिखेगा अब Google का सिक्योरिटी लॉक, क्या है इस फैसले की वजह
Google To Remove https lock icon गूगल क्रोम का इस्तेमाल करने वाले यूजर्स के लिए एक बड़ा अपडेट...
চৰাইদেউত স্বাস্থ্যবান শিশুৰ বঁটা বিতৰণী অনুষ্ঠান সম্পন্ন
চৰাইদেউ জিলা সমাজ কল্যাণ বিভাগৰ সৌজন্যত আয়োজিত এখন সভাত আজি সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ...