আজি পৰ্য্যন্ত মেৰামতি নহল বিগত ২০২২ চনৰ জুনমাহত প্ৰৱল বানপানীৰ ফলত বিধস্ত হোৱা এটি কালভাৰ্ট৷মৰোৱা কমলপুৰ গড়কাপ্তানি পথৰ উক্ত বিধস্ত কালভাৰ্টটোৰ কাষৰে দিয়া এটি উপপথৰে পথচাৰীয়ে বিপদ সংকুল ভাবে অহাযোৱা কৰি আছে৷ ইতিমধ্যে উক্ত উপপথত বিগত দিন কেইটাত কেইবাজনো লোক দুৰ্ঘটনাত পতিত হৈ আহত প্ৰাপ্ত হৈছিল৷বৰ্তমানো এইসকল আহতই চিকিৎসা কৰি থাকিব লগা হৈছে৷আনহাতে কেইবাখনো মালভৰ্তি ট্ৰাক দুৰ্ঘটনাত পতিত হৈ সামগ্ৰী সমূহৰ বিস্তৰ ক্ষতি হৈছিল৷ইমানৰ পিচতো লোক নিৰ্মাণ বিভাগে কালভাৰ্টটো কিয় মেৰামতি কৰা নাই এই লৈ ৰাইজৰ মাজত চৰ্চাৰ বিষয় হৈ পৰিছে৷ইতিমধ্যে লোক নিৰ্মাণ বিভাগে পথটোৰ দুই মুৰে পথ বন্ধৰ ফলক লগাই দায়িত্ব সাৰিছে৷সেয়েহে ৰাইজে পথটোৰ গুৰুত্ব বুজি শিঘ্ৰে মেৰামতিৰ দাবী কৰিছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
મહુવા શહેરમાં તાલુકા સેવા સદન ખાતે આંગણવાડી તેડાગર બહેનોએ આવેદનપત્ર આપ્યું
મહુવા શહેરમાં તાલુકા સેવા સદન ખાતે આંગણવાડી તેડાગર બહેનોએ આવેદનપત્ર આપ્યું
વડોદરામાં શહીદોને શ્રદ્ધાંજલી આપવા 76 માંથી માત્ર 7 કાઉન્સિલર આવ્યા !!નૈતિકતા ભૂલેલા જવાબદારો બન્યા ચર્ચાનો વિષય !
વડોદરા મનપા દ્વારા શહીદોને શ્રદ્ધાંજલિ આપવાના યોજાયેલા કાર્યક્રમમાં 76 કાઉન્સિલરોમાંથી માત્ર 7 જ...
માઇભક્તો સંઘમાં ધજા સાથે આવીને માતાજીના મંદિર શિખર પર ધજા ચડાવી ધન્યતા અનુભવી હતી.
માઇભક્તો સંઘમાં ધજા સાથે આવીને માતાજીના મંદિર શિખર પર ધજા ચડાવી ધન્યતા અનુભવી હતી.
मूल्य आधारित एवं व्यक्तित्व विकास के शिक्षण को रेखांकित करती है राष्ट्रीय शिक्षा नीति -
राष्ट्रीय शिक्षा नीति 2020 मूल्य आधारित एवं व्यक्तित्व विकास के शिक्षण को रेखांकित करती हैं। यह...