ৰাজ্যৰ বিদ্যালয় সমূহ এতিয়াও কি ভাষাত ছাত্ৰ ছাত্ৰীক পাঠ দান কৰিব তাক লৈ বিতৰ্কৰ চলি থকা মাজতে মৰাণৰ এখন বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ নামিল খেতি পথাৰত। কৃষিকৰ্মই এখন বৃহৎ সমাজ কেনেকৈ’ ধৰি ৰাখে, গ্ৰাম্য জীৱনৰ লোকৰ পৰস্পৰে কেনেকৈ সহায় লয় আৰু কৰে, অনুভৱ কৰাৰ উদ্দেশ্যই মৰাণৰ বাল্য বিকাশ বিদ্যালয়ত ভুঁই ৰোৱাৰ আয়োজন। সকলো’ ছাত্ৰ-ছাত্ৰীয়ে পথাৰৰ খেতি-খোলাত নামিছে। অভিভাৱক সমাজে সহযোগ কৰিছে। নাঙলৰ মুঠিত ধৰি খেতিয়কে কি সপোন ৰচে শিক্ষাৰ্থীসকলে উপলব্ধি কৰাৰ উদ্দেশ্যই এক বিশাল আযোজন ৷ নাঙল-যুঁৱলি, মৈ, শলমাৰি, জোঁত-জৰী, নাঙলৰ ফাল আৰু ডিলা, মাটিৰ আঁউচা জুৰা, কঠিয়াৰ এক ফেৰাত কেইচাকি কঠিয়া থাকে, আদি জনাবৰ বাবেই এই আযোজন। পুৱাই বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰীৰ সকলৰ এই দৰে নামিল পথাৰত ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Biparjoy Cyclone: तबाही की गवाही ... | ABP LIVE | #abpliveshorts
Biparjoy Cyclone: तबाही की गवाही ... | ABP LIVE | #abpliveshorts
IT Sector Future Prediction | आईटी सेक्टर में आगे दिखने वाला है बड़ा कमाल? SBI की कैसी होगी चाल?
IT Sector Future Prediction | आईटी सेक्टर में आगे दिखने वाला है बड़ा कमाल? SBI की कैसी होगी चाल?
ভাটীয়াখালীৰএগৰাকী ১৩ বছৰীয়া কিশোৰে ৬ মাহতে মুখস্থ কৰিলে সম্পূৰ্ণ কোৰান শ্বৰিফ।
ভাটীয়াখালীৰএগৰাকী ১৩ বছৰীয়া কিশোৰে ৬ মাহতে মুখস্থ কৰিলে সম্পূৰ্ণ কোৰান শ্বৰিফ।
બનાસકાંઠાનો પર્યટક સ્થળ એટલે ડીસા વનકવચ નો નજારો
*ડીસાના મહાદેવિયા ખાતે રૂ. 23 લાખના ખર્ચે નવનિર્મિત વન કવચનું કરાયું લોકાર્પણ*
* એકસઠ પ્રકાર ના...