ৰাজ্যৰ বিদ্যালয় সমূহ এতিয়াও কি ভাষাত ছাত্ৰ ছাত্ৰীক পাঠ দান কৰিব তাক লৈ বিতৰ্কৰ চলি থকা মাজতে মৰাণৰ এখন বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ নামিল খেতি পথাৰত। কৃষিকৰ্মই এখন বৃহৎ সমাজ কেনেকৈ’ ধৰি ৰাখে, গ্ৰাম্য জীৱনৰ লোকৰ পৰস্পৰে কেনেকৈ সহায় লয় আৰু কৰে, অনুভৱ কৰাৰ উদ্দেশ্যই মৰাণৰ বাল্য বিকাশ বিদ্যালয়ত ভুঁই ৰোৱাৰ আয়োজন। সকলো’ ছাত্ৰ-ছাত্ৰীয়ে পথাৰৰ খেতি-খোলাত নামিছে। অভিভাৱক সমাজে সহযোগ কৰিছে। নাঙলৰ মুঠিত ধৰি খেতিয়কে কি সপোন ৰচে শিক্ষাৰ্থীসকলে উপলব্ধি কৰাৰ উদ্দেশ্যই এক বিশাল আযোজন ৷ নাঙল-যুঁৱলি, মৈ, শলমাৰি, জোঁত-জৰী, নাঙলৰ ফাল আৰু ডিলা, মাটিৰ আঁউচা জুৰা, কঠিয়াৰ এক ফেৰাত কেইচাকি কঠিয়া থাকে, আদি জনাবৰ বাবেই এই আযোজন। পুৱাই বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰীৰ সকলৰ এই দৰে নামিল পথাৰত ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
जिला पुलिस अधीक्षक राजेन्द्र कुमार मीणा के निर्देशन मे विशेष अभियान ऑपरेशन साइबर शील्ड के तहत लगभग 11 लाख रुपये कीमत के 58 मोबाईल फोन बरामद कर मालिको को लोटाये।
जिला पुलिस अधीक्षक बून्दी राजेन्द्र कुमार मीणा ने बताया की राजस्थान पुलिस...
પ્રેમમાં પાગલ યુવતીનું પરાક્રમ / ઘરના સભ્યોને બેહોશ કરી પ્રેમી સાથે થઈ પલાયન / Flash News
પ્રેમમાં પાગલ યુવતીનું પરાક્રમ / ઘરના સભ્યોને બેહોશ કરી પ્રેમી સાથે થઈ પલાયન / Flash News
অন্বেষণ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত পঃবঃআঞ্চলিক কলেজত বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন
কামৰূপ জিলাৰ পশ্চিম বড়িগোগ মৌজাৰ অন্যতম বেচৰকাৰী সংস্থা অন্বেষণ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত অহা...
हिमाचल में पेपर लीक केस में CM सुखू का एक्शन, प्रदेश कर्मचारी चयन आयोग को किया भंग
हिमाचल प्रदेश में पेपर लीक मामले को लेकर बढ़ते विवाद के बीच मंगलवार को मुख्यमंत्री सुखविंदर सिंह...