চৰাইদেউ জিলাৰ মৰাণহাটৰ মিলিত শিল্পীসমাজৰ নাট্যমন্দিৰত মঙ্গল বাৰে নিশা মহাপুৰুষ শঙ্কৰদেৱৰ ৰচিত অঙ্কীয়া ভাঁওনা "ৰুক্মিণী হৰণ প্ৰদৰ্শণ কৰে মৰাণহাটৰ "আৰোহন সত্ৰীয়া সংগীত চৰ্চা কেন্দ্ৰৰ ছাত্ৰীসকলে। যোৱা ৯জুলাইৰ পৰা ১৮ জুলাইলেকে আৰোহন সত্ৰীয়া সংগীত চৰ্চাকেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত সত্ৰীয়া নৃত্যৰ কৰ্মশালাৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰদৰ্শন কৰা হয় এই অঙ্কীয়া ভাঁওনা খনি। এই অনুষ্ঠানত ছাত্ৰীসকলৰ দ্বাৰা মাটি আখৰা, কৃষ্ণনৃত্য, গুৰু বন্দনা আদি ও প্ৰদৰ্শন কৰাহয়। নিশা প্ৰায় বাৰ বজাত সামৰণি পৰা অনুষ্ঠানত কেইবা শতাধিক দৰ্শক উপস্থিত থাকি নাট উপভোগ কৰে।কৰ্মশালাত প্ৰশিক্ষক হিচাপে উপস্থিত থাকে লুইত কোৱৰ ৰুদ্ৰ বৰুৱা ৰাজ্যিক সংগীত মহাবিদ্যালয়ৰ অধ্যাপক অতুল ভূঞা।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
मुंबई-गोवा महामार्गावरील रस्त्याच्या दुरावस्थे प्रकरणी संदीप सावंत यांची कार्यालयावर धडक
चिपळूण : मुंबई गोवा महामार्गावरील वहाळफाटा ते सावर्डे पिंपळ मोहल्लापर्यंत रस्त्याच्या...
अमेरिकी फिच ग्रुप की ईकाई CreditSights की एक रिपोर्ट में दावा किया गया है कि अडानी ग्रुप का अक्रामक तरीके से निवेश करना और अपने व्यवसाय में गहराई से अधिक लाभ उठाना रिस्की हो सकता है।
अडानी ग्रुप के अक्रामक निवेश ने उसके क्रेडिट मेट्रिक्स और नकदी प्रवाह पर दबाव डाला है। रिपोर्ट...
China, Russia और America का रुख़ तनाव में कैसा है? (BBC Hindi)
China, Russia और America का रुख़ तनाव में कैसा है? (BBC Hindi)
મંત્રીઓ ના ફોન પર પ્રતિબંધ..
કેબિનેટ ની બેઠક માં મંત્રીઓ અને અધિકારીઓ મોબાઈલ નહીં લઈ જઈ શકે.., મંત્રીઓ અને અધિકારીઓ મોબાઈલ...