বিশ্বকৰ্মা পূজা উপলক্ষে বিশ্বনাথত ব্যস্ততা বাহিছে মৃৎ শিল্পী সকলৰ 

সমাগত বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা ৷ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিশ্বনাথতো দুগুণ উৎসাহৰে ব্যস্ততা বাঢ়িছে মৃৎ শিল্পী সকলৰ ৷