মৰাণ সমষ্টিত বান বিধস্ত এলেকাৰ খেতিয়কৰ সম্ভাব্য ক্ষয়-ক্ষতিৰ প্ৰতি লক্ষ্য ৰাখি ধানৰ কঠিয়া সিঁচে বিধায়ক চক্ৰধৰ গগৈয়ে । ডিব্ৰুগড় জিলা কৃষি বিভাগৰ উদ্যোগত মৰাণ কৃষি বীজ পাম নিগমৰ প্ৰায় ৩ একৰ ভূমিত ৰঞ্জিত ধানৰ কঠিয়া সিঁচা হয় । বানৰ পিছত কঠিয়া নোহোৱাৰ বাবে খেতিয়কসকলে ধান খেতি কৰিব নোৱাৰা অৱস্থাৰ সৃষ্টি হয় । তেনে খেতিয়কসকলক স'কাহ দিয়াৰ উদ্দেশ্যে কঠিয়া সিঁচা কাৰ্যসূচী ৰূপায়ণ কৰা হয় । PKVY 2023-24 আঁচনিৰ অধিনত ডিব্ৰুগড় জিলা কৃষি বিষয়াসকলৰ সৈতে কঠিয়া সিঁচিলে বিধায়ক চক্ৰধৰ গগৈয়ে
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Farmers Protest: Punjab में 4 घंटे का रेल रोको आंदोलन, इन रुटों पर संभलकर चलें | MSP | Sindhu Border
Farmers Protest: Punjab में 4 घंटे का रेल रोको आंदोलन, इन रुटों पर संभलकर चलें | MSP | Sindhu Border
Weather Updates: Delhi NCR में झमाझम बारिश, IMD का Yellow Alert | Rain Alert
Weather Updates: Delhi NCR में झमाझम बारिश, IMD का Yellow Alert | Rain Alert
शिरूर तालुक्यात सैनिक पत्नीची जमीन खरेदी फसवणूक
शिरुर तालुक्यात सैनिक पत्नीची जमीन खरेदी फसवणूक
तळेगाव ढमढेरे दुय्यम निबंधक कार्यालयात...
CITY CRIME NEWS આજરોજ સાવરકુંડલા તાલુકાના ઘાંડલા ગામે વિકસિત ભારત સંકલ્પ રથયાત્રાનું આગમન થયું હતું
CITY CRIME NEWS આજરોજ સાવરકુંડલા તાલુકાના ઘાંડલા ગામે વિકસિત ભારત સંકલ્પ રથયાત્રાનું આગમન થયું હતું