মৰাণ সমষ্টিত বান বিধস্ত এলেকাৰ খেতিয়কৰ সম্ভাব্য ক্ষয়-ক্ষতিৰ প্ৰতি লক্ষ্য ৰাখি ধানৰ কঠিয়া সিঁচে বিধায়ক চক্ৰধৰ গগৈয়ে । ডিব্ৰুগড় জিলা কৃষি বিভাগৰ উদ্যোগত মৰাণ কৃষি বীজ পাম নিগমৰ প্ৰায় ৩ একৰ ভূমিত ৰঞ্জিত ধানৰ কঠিয়া সিঁচা হয় । বানৰ পিছত কঠিয়া নোহোৱাৰ বাবে খেতিয়কসকলে ধান খেতি কৰিব নোৱাৰা অৱস্থাৰ সৃষ্টি হয় । তেনে খেতিয়কসকলক স'কাহ দিয়াৰ উদ্দেশ্যে কঠিয়া সিঁচা কাৰ্যসূচী ৰূপায়ণ কৰা হয় । PKVY 2023-24 আঁচনিৰ অধিনত ডিব্ৰুগড় জিলা কৃষি বিষয়াসকলৰ সৈতে কঠিয়া সিঁচিলে বিধায়ক চক্ৰধৰ গগৈয়ে
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Akash Anand News: आकाश आनंद का वॉर रूम, ऐसे होता है बीएसपी का काम!
Akash Anand News: आकाश आनंद का वॉर रूम, ऐसे होता है बीएसपी का काम!
Breaking News: Exit Poll पर Sonia Gandhi ने कहा- 4 जून को नतीजों का करें इंतजार | Aaj Tak
Breaking News: Exit Poll पर Sonia Gandhi ने कहा- 4 जून को नतीजों का करें इंतजार | Aaj Tak
Rishi Sunak और उनकी पत्नी Akshata Murthy की Property जानकर चौंक जाएंगे आप |Top News |G20 Summit| N18
Rishi Sunak और उनकी पत्नी Akshata Murthy की Property जानकर चौंक जाएंगे आप |Top News |G20 Summit| N18
LIVE: Navratri Mahotsav | Botad | Day - 4
LIVE: Navratri Mahotsav | Botad | Day - 4
ધારાસભ્યની માનતાં પુર્ણ કરાઈ....
ધારાસભ્યની માનતાં પુર્ણ કરાઈ....