মৰাণ সমষ্টিত বান বিধস্ত এলেকাৰ খেতিয়কৰ সম্ভাব্য ক্ষয়-ক্ষতিৰ প্ৰতি লক্ষ্য ৰাখি ধানৰ কঠিয়া সিঁচে বিধায়ক চক্ৰধৰ গগৈয়ে । ডিব্ৰুগড় জিলা কৃষি বিভাগৰ উদ্যোগত মৰাণ কৃষি বীজ পাম নিগমৰ প্ৰায় ৩ একৰ ভূমিত ৰঞ্জিত ধানৰ কঠিয়া সিঁচা হয় । বানৰ পিছত কঠিয়া নোহোৱাৰ বাবে খেতিয়কসকলে ধান খেতি কৰিব নোৱাৰা অৱস্থাৰ সৃষ্টি হয় । তেনে খেতিয়কসকলক স'কাহ দিয়াৰ উদ্দেশ্যে কঠিয়া সিঁচা কাৰ্যসূচী ৰূপায়ণ কৰা হয় । PKVY 2023-24 আঁচনিৰ অধিনত ডিব্ৰুগড় জিলা কৃষি বিষয়াসকলৰ সৈতে কঠিয়া সিঁচিলে বিধায়ক চক্ৰধৰ গগৈয়ে
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સુરેન્દ્રનગર શહેરના 2 નવનિર્મિત સર્કલનું લોકાર્પણ કરાયુ
સુરેન્દ્રનગરમાં ગુરૂવારે સવારે શહેરના 2 નવનિર્મિત સર્કલનું લોકાર્પણ કરાયુ હતુ. સી.યુ.શાહ સ્કૂલ...
তিনিচুকীয়াৰ বৰডুবি আৰক্ষীয়ে খেদি খেদি আটক কৰিলে ছয় পেকেট ব্ৰাউন চুগাৰ সহ ড্ৰাগছ সৰবৰাহকাৰী
তিনিচুকীয়াৰ বৰডুবি আৰক্ষীয়ে খেদি খেদি আটক কৰিলে ছয় পেকেট ব্ৰাউন চুগাৰ সহ ড্ৰাগছ সৰবৰাহকাৰী
જાણો ! ખંભાતમાં ભાજપામાંથી કોને મળી ટીકીટ ?
વિધાનસભાની ચૂંટણીને લઈને ભારતીય જનતા પાર્ટીએ ઉમેદવારોની યાદી જાહેર કરી છે.જેમાં ખંભાત...
ভাৰতৰ চতুৰ্দশ উপ-ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিলে জগদীপ ধনখৰে
নতুন দিল্লী, ১১ আগষ্ট। দেশৰ চতুৰ্দশ উপ-ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে জগদীপ ধনখৰে। ৰাষ্ট্ৰপতি...
Shahrukh Khan ने Jawan के सबसे फेमस डायलॉग के पीछे की क्या कहानी बताई?
Shahrukh Khan ने Jawan के सबसे फेमस डायलॉग के पीछे की क्या कहानी बताई?