গুৱাহাটী পালেহি বৰপেটাৰ হাউলী কালঝাৰত গ্ৰেপ্তাৰ হোৱা আচাৰ্য পংকজ পাঠক। বৰ্তমান হাটীগাঁও থানাত ৰখা হৈছে পংকজ পাঠকক। ইতিমধ্যে থানাৰ চৌহদত নিৰাপত্তাৰ ব্যৱস্থা কটকটীয়া কৰিছে আৰক্ষীয়ে। ভিতৰত অন্য লোকক প্ৰৱেশ কৰাত বাধা আৰক্ষীৰ। হয়তো পংকজ পাঠকক দিছপুৰ থানালৈ নি দিছপুৰ আৰক্ষীৰ জিম্মাত লোৱাৰ সম্ভাৱনা। কিয়নো স্বয়ম্ভু আচাৰ্য পংকজ পাঠকৰ বিৰুদ্ধে বহু থানাত ৰুজু হৈছিল বহুকেইটা গোচৰ। কিন্ত পংকজ পাঠকৰ ক্ষেত্ৰত কঠোৰ অসম মহিলা আয়োগ। পংকজ পাঠকৰ গোচৰ সন্দৰ্ভত প্ৰতিবেদন লাগে আয়োগক। দিছপুৰ থানাৰ পৰা এসপ্তাহৰ ভিতৰত বিচাৰিছে গোচৰৰ প্ৰতিবেদন। মহিলা আয়োগৰ সভানেত্ৰী হেমপ্ৰভা বৰঠাকুৰে প্ৰকাশ কৰিলে এই কথা।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
घरेलू बिजली का हो रहा व्यवसायिक उपयोग, प्रशासन मौन
लाखेरी - शहर के अधिकांश हिस्से में घरेलू बिजली का व्यवसायिक उपयोग किया जा रहा है। प्राप्त जानकारी...
ગરબાડા એપીએમસીમાં દુકાનના પતરા તોડી અનાજ ની ચોરી ;વેપારીઓમાં ભયનો માહોલ
ગરબાડા તાલુકાના એપીએમસીમાં અજાણ્યા તસ્કરોએ દુકાન ના પતરા તોડી અનાજ ની ચોરી કરી ફરાર.
...
राजस्थान में अगले 2-3 दिन मूसलाधार बारिश! इन जिलों के लिए मौसम विभाग ने जारी किया अलर्ट
राजस्थान में बीतें शनिवार 21 जुलाई को कई स्थानों पर हल्की बारिश दर्ज की कई. वहीं, अगले 3-4 दिन...
Bahadurgarh Fraud: क्रिप्टो करेंसी में पैसे निवेश करने के नाम पर एक प्राइवेट कर्मचारी से ठगे तीन लाख 15 हजार
बहादुरगढ़I क्रिप्टो करेंसी में निवेश करने के नाम पर एक प्राइवेट कर्मचारी से तीन लाख 15 हजार...
ছয় জনগোষ্ঠীক বাৰে বাৰে প্ৰতাৰণা কৰা সহ্য কৰা নহব। ভয়াবহ আন্দোলনৰ সম্মুখীন হবলৈ সাজু থাকক চৰকাৰ। মটক যুৱ ছাত্ৰ ছাত্ৰ সন্মিলনৰ কাকপথাৰ আঞ্চলিক সমিতিৰ সা: সম্পাদক মিন্টু গোহাঁই হুংকাৰ।
ছয় জনগোষ্ঠীক বাৰে বাৰে প্ৰতাৰণা নচলিৱ। ভয়াবহ আন্দোলনৰ সম্মুখীন হবলৈ সাজু থাকক চৰকাৰ। মটক যুৱ...