সদৌ অসম ছাত্ৰ সন্থা ৰ ৰহা আঞ্চলিক সমিতিৰ উদ্যোগত আৰু টাউন শাখা ছাত্ৰ সন্থা সহযোগত আজি ৰহা মীন মহাবিদ্যালয় প্ৰেক্ষাগৃহ ত সভাপতি সঞ্জয় কুমাৰ কাকতিৰ সভাপতিত্বত অনুষ্ঠিত হোবা অভিনন্দন অনুষ্ঠান ত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত স্টাৰ, ডিচটিংচনৰে সু খ্যাতিৰে উওিৰ্ন হৈ ৰহা লৈ গৌৰব কঢিয়াই অনা ১২০ মেধাবী ছাত্ৰ ছাত্ৰী ক এখন এখন ফুলাম গামোচা,সম্বৰ্ধনা পত্ৰ আৰু মোমেন্টো প্ৰদান কৰি সম্বৰ্ধনা জনোৱাৰ লগতে বিশেষ পাৰদৰ্শিতা দেখুবা শিক্ষানুষ্ঠান ৰ মূৰব্বী সকলকো সম্বৰ্ধনা জনোৱা হয়।

        

      ফটো :-চয়েল খেতান,ৰহা