আজি আৰ এছ এছৰ অখিল ভাৰতীয় প্ৰচাৰ প্ৰমুখ সুনিল আম্বেদকাৰ আৰু অসমৰ জনপ্ৰিয় বাতৰি কাকত অসমীয়া প্ৰতিদিনৰ সম্পাদক তথা কাকত খনৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাৰ সৈতে এক সৌহাৰ্দ্যপূৰ্ণ আলোচনাত মিলিত হয় ৷ এই সাক্ষ্যাত কালত দেশৰ স্বাধীনতাৰ অমৃত মহোৎসৱ আৰু উত্তৰ পূৱৰ স্বাধীনতা সংগ্ৰামী সকলৰ ওপৰত আলোচনাত মিলিত হয় ৷ এই আলোচনা কালত সংঘৰ অসম ক্ষেত্ৰৰ প্ৰচাৰ প্ৰমুখ সুনীল মাহান্তিয়েও অংশগ্ৰহণ কৰে ৷ সংঘৰ অখিল ভাৰতীয় প্ৰচাৰ প্ৰমুখ জনে সম্পাদক জয়ন্ত বৰুৱাক 'নৰ্থ ইষ্ট ক্ৰিনিকেল নামৰ গ্ৰন্থ খন প্ৰদান কৰে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
#DivyankaTripathi slams YouTube channels spreading rumours of her cheating on #VivekDahiya
#DivyankaTripathi slams YouTube channels spreading rumours of her cheating on #VivekDahiya
শিৱসাগৰৰ শ'লগুৰিত আৰক্ষী আৰু ৰাইজৰ মাজত ফুটবল খেল--আজাদী কী অমৃত মহোৎসৱ উপলক্ষে এই প্ৰীতি খেল
শিৱসাগৰৰ শ'লগুৰিত আৰক্ষী আৰু ৰাইজৰ মাজত ফুটবল খেল--আজাদী কী অমৃত মহোৎসৱ উপলক্ষে এই প্ৰীতি...