নলবাৰী জিলাৰ ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত আমৰা গাৱঁৰ গোপাল দাস নামৰ লোকজনৰ গৃহত এজনী গাইগৰুৱে এটি ছয় ঠেঙীয়া পোৱালি জন্ম দিয়াত গাওঁবাসীৰ মাজত কৌতূহল উপজিছে৷জানিব পৰামতে আজিৰে পৰা তিনিদিন মান আগতে গাইগৰু জনীয়ে পোৱালিটো জন্ম দিয়ে৷বগাৰংৰ দমৰা পোৱালিটো জন্মৰ লগেলগে গৃহস্থই ছয়খন ঠেং প্ৰত্যক্ষ কৰি আচৰিত হৈ পৰে৷পোৱালিটো বৰ্তমানলৈকে সুস্থ সৱল হৈ আছে৷পোৱালিটোৰ ছয় ঠেং হোৱাটো বহুতো লোকে শুভ বুলি সদৰি কৰিছে৷আনহাতে বৰ্তমান পোৱালিটো স্ব-চক্ষে চোৱাৰ বাবে গাওঁবাসীৰ লগতে অঞ্চলৰ ৰাইজে গৃহস্থৰ ঘৰলৈ ঢাপলি মেলিছে৷৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
જેસરમાં રોડ રસ્તા બિસમાર હાલતમાં જુઓ રસ્તાઓની હાલત
જેસરમાં રોડ રસ્તા બિસમાર હાલતમાં જુઓ રસ્તાઓની હાલત
સાવરકુંડલાના ઘનશ્યામ નગર ખાતે સિંહણનો હુમલો..., 3 વર્ષના બાળકને ફાડી ખાતી સિંહણ....!!
સાવરકુંડલાના ઘનશ્યામ નગર ખાતે સિંહણનો હુમલો..., 3 વર્ષના બાળકને ફાડી ખાતી સિંહણ....!!
दसवीं मे सर्वाधिक अंक प्राप्त करने वाली बालिका निधि जैन को शिक्षा मंत्री ने दी बधाई
*दसवीं मे सर्वाधिक अंक प्राप्त करने वाली बालिका निधि जैन को शिक्षा मंत्री ने दी बधाई*...
होलिका दहन 6 या 7 मार्च? जानिए सही तिथि, शुभ मुहूर्त और पूजा विधि
पंचांग के अनुसार, हर साल फाल्गुन मास की पूर्णिमा तिथि को होलिका दहन का पर्व मनाया जाता है। लेकिन...