৮ গৰাকী কংগ্ৰেছী বিধায়ক বিজেপিত যোগদান প্ৰসংগত প্ৰশান্ত ফুকনে কয়:
🛑"ভূপেন বৰাই আজিৰ দিনত যিবোৰ কথাত আস্ফালন কৰি আছে সেয়া আচলতে আগফালে মাৰো দাং পিছফালৰ ধোবাংবাং।"
🛑"আগফালে স্বাধীনতাৰ গৌৰৱময় যাত্ৰাৰ কথা কৈছে পিছফালে দলৰ পৰা মানুহ ওলাই যাব ধৰিছে।"
🛑"সেইসকলক আগতে কাকুতি-মিনতি কৰি দলত ধৰি ৰখাৰ ব্যৱস্থা কৰক ভূপেন বৰাই।"
🛑"যদিহে এই ৮ বিধায়ক বিজেপিলৈ আহে তেন্তে ভূপেন বৰা কংগ্ৰেছৰ ইতিহাসত আটাইতকৈ কলংকিত সভাপতি হিচাপে পৰিচিত হ'ব"
🛑"ভূপেন বৰা বিজেপিলৈ আহিলে মাথা গন্তি নহয়,কমলাক্ষ দে' পুৰকায়স্থ আহিলেহে মাথা গন্তি হ'ব।"
🛑"ভূপেন বৰা ক'ৰবাৰ পৰা মন্ত্ৰী বা বিধায়ক হৈ আহে তেন্তে বিজেপিয়ে চিন্তা কৰিব"