আজি পূৱা ৮-২৫ বজাত জনপ্ৰিয় শিল্পী সুদক্ষিণা শৰ্মাৰ মৃত্যুৰ বাতৰিয়ে ৰাজ্যবাসীক শোকবিহ্বল কৰি তুলিছে৷দীৰ্ঘদিনৰ পৰা দুৰাৰোগ্য ৰোগত আক্ৰান্ত শিল্পী গৰাকী গুৱাহাটী মেডিকেল কলেজ হস্পিতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়৷৮৫ বছৰ বয়সত মৃত্যু হোৱা গণশিল্পী গৰাকীৰ মৃত্যুত ৰাজ্যৰ শিল্পী সকলৰ লগতে বিভিন্ন দল সংগঠন,অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে৷ইতিমধ্যে শিল্পী গৰাকীৰ মৃত্যুৰ বাতৰি পোৱাৰ পিচতে অসমৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰে৷ইয়াৰোপৰি নলবাৰী জিলা বাৰ্তাজীৱী সংঘৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানেও শোক প্ৰকাশ কৰা বুলি খৱৰ আহিছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Redmi Buds 5: डबल डिवाइस पेयरिंग वाले रेडमी सुपर बड्स की पहली सेल हो रही लाइव, इतनी कीमत पर कर सकेंगे खरीदारी
रेडमी के न्यूली लॉन्च्ड बड्स Redmi Buds 5 की आज पहली सेल लाइव हो रही है। इस सेल में बड्स को...
Karnataka Politics: दिल्ली नहीं जाएंगे डीके शिवकुमार, बोले- मैंने अपना काम पूरा किया अब पार्टी आलाकमान की बारी
बेंगलुरु, Karnataka Politics कर्नाटक में सत्ता पाने के बाद कांग्रेस पार्टी के लिए सीएम का फैसला...
Who Makes Deepfake Video?: Deepfake Video को क्या आम इंसान भी बना सकता है या नहीं? | CNBC Awaaz
Who Makes Deepfake Video?: Deepfake Video को क्या आम इंसान भी बना सकता है या नहीं? | CNBC Awaaz
Breaking News: Bihar के CM Nitish Kumar का बड़ा बयान, 'मैंने हिंदू-मुसलमान सबके लिए काम किया'
Breaking News: Bihar के CM Nitish Kumar का बड़ा बयान, 'मैंने हिंदू-मुसलमान सबके लिए काम किया'
স্কুলীয়া ছাত্ৰ ৰক্তিম নিৰ্মলিয়াক নিৰ্মম ভাবে হত্যা কৰা দুঃখিক উচিত শাস্তি প্ৰদান কৰাৰ দাবী AJYCP কাকপথাৰ আঞ্চলিক সমিতিৰ সভাপতি অৰূপ কলিতাৰ
স্কুলীয়া ছাত্ৰ ৰক্তিম নিৰ্মলিয়াক নিৰ্মম ভাবে হত্যা কৰা দুঃখিক উচিত শাস্তি প্ৰদান কৰাৰ দাবী AJYCP...