আজি পূৱা ৮-২৫ বজাত জনপ্ৰিয় শিল্পী সুদক্ষিণা শৰ্মাৰ মৃত্যুৰ বাতৰিয়ে ৰাজ্যবাসীক শোকবিহ্বল কৰি তুলিছে৷দীৰ্ঘদিনৰ পৰা দুৰাৰোগ্য ৰোগত আক্ৰান্ত শিল্পী গৰাকী গুৱাহাটী মেডিকেল কলেজ হস্পিতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়৷৮৫ বছৰ বয়সত মৃত্যু হোৱা গণশিল্পী গৰাকীৰ মৃত্যুত ৰাজ্যৰ শিল্পী সকলৰ লগতে বিভিন্ন দল সংগঠন,অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে৷ইতিমধ্যে শিল্পী গৰাকীৰ মৃত্যুৰ বাতৰি পোৱাৰ পিচতে অসমৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰে৷ইয়াৰোপৰি নলবাৰী জিলা বাৰ্তাজীৱী সংঘৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানেও শোক প্ৰকাশ কৰা বুলি খৱৰ আহিছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
शंकरगढ़ में 11 हजार तार टूटने से लगी आग
गुन्नौर डायल हंड्रेड स्टाफ ने जानकारी देते हुए बताया कि मौके पर गए...
ખેડા : કઠલાલની શેઠ.એમ.આર.પ્રા.વિભાગની વિદ્યાર્થીનીએ કલા મહાકુંભમાં પ્રથમ નં. મેળવ્યો 2022 |
ખેડા : કઠલાલની શેઠ.એમ.આર.પ્રા.વિભાગની વિદ્યાર્થીનીએ કલા મહાકુંભમાં પ્રથમ નં. મેળવ્યો 2022...
বটদ্ৰৱা আৰক্ষীৰ অভিযানত বৃহৎ পৰিমানৰ ড্ৰাগছ আৰু ভাং সহ দুজনক আটক
বটদ্ৰৱা আৰক্ষীৰ অভিযানত বৃহৎ পৰিমানৰ ড্ৰাগছ আৰু ভাংসহ দুজনক আটক।