🔴অসম আৰক্ষীৰ SI (UB) নিপু কলিতাক চাকৰিৰ পৰা বৰ্খাস্ত। ২০২১ চনৰ জুলাই মাহত উৎকোচ লোৱাৰ অভিযোগত বৰ্খাস্ত SI নিপু কলিতাক। DGP জি পি সিঙে টুইটযোগে জনালে এই কথা। 

#thevoiceofchariduar #NewsUpdate