চৰাইদেউ জিলাৰ স্বাস্থ্য বিভাগত ভুৱা নিযুক্তি কেলেংকাৰীৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতি।‌‌‌‌‌‌ এই কেলেংকাৰীত জড়িত লোকসকলক চিনাক্ত কৰি সঠিক তদন্তৰ জৰিয়তে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী সংগঠনটোৰ।