🔴গুৱাহাটীৰ উলুবাৰীৰ কছাৰীবস্তিত চুলাই ( সন্দেহযুক্ত ) সুৰা জব্দ। 

 🔴AS25EC3167 মাৰুতি গাড়ী সহ বিজয় চন্দ্ৰ নাথ নামৰ এজন ব্যক্তিৰ পৰা 80 লিটাৰ সুৰা জব্দ।

🔴উক্ত ব্যক্তি গৰাকীক অসম আবকাৰী সংশোধনী আইন 2018 ৰ ধাৰা 53(1) ৰ অধীনত গ্ৰেপ্তাৰ। 

#thevoiceofchariduar #BREAKING #guwahatinews #guwahaticity