🔸বাগসা জিলাৰ গোৰেশ্বৰৰ নাৰী শিক্ষা অন্যতম শিক্ষা প্ৰতিষ্ঠান গোৰেশ্বৰ ছোৱালী হাইস্কুলে সোণালী জয়ন্তী উদযাপন কৰিবলৈ প্ৰস্তুতি চলাইছে। গোৰেশ্বৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা সোণালী জয়ন্তী উদযাপন সমিতিৰ সম্পদক মফিদুল হকে জানিবলৈ দিয়া মতে ইতিমধ্যে এখন শক্তিশালী উদযাপন সমিতি গঠন কৰা হৈছে। ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাক সভাপতি, ক্ষীৰোদ চন্দ্ৰ ডেকাক কাৰ্যকৰী সভাপতি, লগতে কৰুণা কান্ত ডেকা,চাদনুৰ আলী হাজৰিকা, দ্বাৰিকা ভূঞা,মুকুল চৌধুৰী, ভৱেন ৰাজবংশী আৰু মঞ্জুমা দেৱীক উপসভাপতি আৰু মফিদুল হকক সম্পদক , ধৰণী ডেকা, দশম ডেকা,মইনুল চৌধুৰী, মনোৰঞ্জন ডেকা, আৰু বিপ্লৱ নাথ সহকাৰী সাধাৰণ সম্পাদক হিচাপে লৈ মুঠ ৫১ জনীয়া মুল সমিতি গঠন কৰা হৈছে। আনহাতে ৭ টা উপসমিতি উদযাপনৰ বাবে গঠন কৰা হৈছে। উল্লেখ্য যে অহা ডিচেম্বৰ মাহৰ শেষ সপ্তাহত আয়োজিত হ’ব লগীয়া সোণালী জয়ন্তীৰ স্মৃতিগ্ৰন্থৰ বাবে লেখা বিচৰা হৈছে। সমূহ প্ৰাক্তন ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী তথা বৰ্তমানৰ ছাত্ৰী শিক্ষক-শিক্ষয়িত্ৰীৰ আৰু শুভাকাংক্ষী ৰাইজৰ সহায় সহযোগ সহযোগিতা কামনা কৰিছে উদযাপন সমতিয়ে। ইপিনে কালি ২৪ জুনত উদযাপন সমিতিৰ এখন সভা অনুষ্ঠিত হৈ যায় য’ত সোণালী জয়ন্তী উদযাপনৰ বিভিন্ন দিশ আলোচনা কৰা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
બનાસકાંઠા જિલ્લાના વડુમથક પાલનપુર ખાતે અલ્પેશ ઠાકોરનું નિવેદન આવ્યું સામે…
બનાસકાંઠા જિલ્લાના વડુમથક પાલનપુર ખાતે અલ્પેશ ઠાકોરનું નિવેદન આવ્યું સામે…
Breaking News: रेप के मामलों पर ममता बनर्जी ने पीएम मोदी को फिर लिखा खत | Kolkata Rape Case
Breaking News: रेप के मामलों पर ममता बनर्जी ने पीएम मोदी को फिर लिखा खत | Kolkata Rape Case
কলাইগাও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত আজি স্বাধীনতা দিৱস পালন
কলাইগাও ৰাজহ চক্ৰ কায্যালয়ৰ উদ্যোগত গান্ধী বাকৰিত আজি ৭৬সংখ্যক স্বাধীনতা দিৱস উদযাপন।
স্বাধীনতা...
Dalit Kitchens of Marathwada: Maharashtra में दलितों की रसोई से निकले पकवानों की कहानी (BBC Hindi)
Dalit Kitchens of Marathwada: Maharashtra में दलितों की रसोई से निकले पकवानों की कहानी (BBC Hindi)