দুধনৈত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দলঙৰ ৰেলিং ভাঙি পানীত পৰিল পলাশবাৰী আৰক্ষীৰ বাহন। দুৰ্ঘটনাত আহত এগৰাকী আচামী সহ আৰক্ষীৰ ৬ গৰাকী লোক। আছে এগৰাকী মহিলা কনিষ্টবল ও ৷