মৰাণ নগৰৰ মাজমজিয়াত চাঞ্চল্যকৰ ঘটনা । ৰিভেলি নামৰ হোটেল (Reveille)ত কৰ্মৰত মহিলা কৰ্মচাৰীক হত্যাৰ চেষ্টা নিজ স্বামীৰ । কথমপি প্ৰান ৰক্ষা মহিলাগৰাকীৰ । বাবুল ছেত্ৰী নামৰ লোকজনে হঠাৎ আহি পত্নী নিভা ছেত্ৰীক দাৰে উপৰ্যুপৰি ঘপিয়াই হত্যাৰ চেষ্টা চলায় যদিও স্থানীয় অধেশ তিৱাৰী নামৰ লোকজনে বাধা প্ৰদান কৰাত কথমপি ৰক্ষা পৰে । মৰাণ আৰক্ষীক খৱৰ দিয়াত হত্যাৰ চেষ্টা চলোৱা বাবুল ছেত্ৰীক চোকা অস্ত্ৰৰ সৈতে আটক কৰি থানালৈ লৈ যায় । ইফালে সংকটজনক অৱস্থাত নিভা ছেত্ৰীক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰন কৰা হয় ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
দৰং জিলা প্ৰশাসনৰ সহযোগত আজি শুক্তাগুৰি ঈদগাহ ময়দানত সজাগতা সভা
কামৰূপ-দৰং সীমান্তৰ ছিপাঝাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ১ নং আৰু ২ নং শুক্তাগুৰি গাঁও উন্নয়ন সমিতিৰ...
Breaking News: Delhi Metro में CM Kejriwal पर धमकी भरे मैसेज लिखने वाला युवक गिरफ्तार | Aaj Tak
Breaking News: Delhi Metro में CM Kejriwal पर धमकी भरे मैसेज लिखने वाला युवक गिरफ्तार | Aaj Tak
NEWS-शहरी आवास योजनेत त्रिपुरा अव्वल:परळीचे भूमिपुत्र किरण गित्तेंचा पंतप्रधान मोदींनी केला गौरव
NEWS-शहरी आवास योजनेत त्रिपुरा अव्वल:परळीचे भूमिपुत्र किरण गित्तेंचा पंतप्रधान मोदींनी केला गौरव
विनोदखुर्द में रात्रि चौपाल का आयोजन, एसडीएम ने सुनी ग्रामीणों की समस्या
सांगोद(बीएम राठौर). उपखंड क्षेत्र में ग्राम पंचायत विनोदखुर्द में रात्रि चौपाल का आयोजन...