মৰাণ নগৰৰ মাজমজিয়াত চাঞ্চল্যকৰ ঘটনা । ৰিভেলি নামৰ হোটেল (Reveille)ত কৰ্মৰত মহিলা কৰ্মচাৰীক হত্যাৰ চেষ্টা নিজ স্বামীৰ । কথমপি প্ৰান ৰক্ষা মহিলাগৰাকীৰ । বাবুল ছেত্ৰী নামৰ লোকজনে হঠাৎ আহি পত্নী নিভা ছেত্ৰীক দাৰে উপৰ্যুপৰি ঘপিয়াই হত্যাৰ চেষ্টা চলায় যদিও স্থানীয় অধেশ তিৱাৰী নামৰ লোকজনে বাধা প্ৰদান কৰাত কথমপি ৰক্ষা পৰে । মৰাণ আৰক্ষীক খৱৰ দিয়াত হত্যাৰ চেষ্টা চলোৱা বাবুল ছেত্ৰীক চোকা অস্ত্ৰৰ সৈতে আটক কৰি থানালৈ লৈ যায় । ইফালে সংকটজনক অৱস্থাত নিভা ছেত্ৰীক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰন কৰা হয় ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Farmers Protest: किसान नेता Gurnam Singh Chaduni का सरकार को अल्टीमेटम, कहा- Haryana भी शामिल होगा
Farmers Protest: किसान नेता Gurnam Singh Chaduni का सरकार को अल्टीमेटम, कहा- Haryana भी शामिल होगा
ગાંધીનગરમાં જૂના સચિવાલયમાં લાગી આગ
#buletinindia #gujarat #gandhinagar
চি অৰ পি এফ ডি/১৪৯ বেটেলিয়নৰ 'হাৰ ঘৰ তিৰঙ্গা' কাযসূচী ৰূপায়ন
টাওকাক চাহ বাগিছা আদৰ্শ বিদ্যালয়ত চি আৰ পি এফৰ D /149 বেটেলিয়নৰ সৌজন্য ত হৰ ঘৰ তিৰংগা কাযসূচী...
સુરત શહેરની ૨૫ જેટલી સ્કૂલો માં તા:૦૫ & ૦૬.૦૯.૨૦૨૨ના રોજ Clean Air પર poster making સ્પર્ધાનું આયોજન
સુરત શહેરની ૨૫ જેટલી સ્કૂલો માં તા:૦૫ & ૦૬.૦૯.૨૦૨૨ના રોજ Clean Air પર poster making...
amreli I રાજુલા ૯૮-વિધાનસભા ચૂંટણી ને લઈને તંત્ર એક્શન મોડમાં I Divyang News
amreli I રાજુલા ૯૮-વિધાનસભા ચૂંટણી ને લઈને તંત્ર એક્શન મોડમાં I Divyang News