আজাদী কা অমৃত মহোৎসৱৰ উপলক্ষে আজি ডিব্ৰুগড় আৰক্ষীয়ে এক সজাগতামূলক শুভাযাত্ৰা কাৰ্যসূচী গ্ৰহণ কৰে।ঘৰে ঘৰে ত্ৰিৰংগা ৰ্শীৰ্ষক কাৰ্যসূচীৰে ডিব্ৰুগড় সদৰ আৰক্ষী থানাৰ চৌহদৰ পৰা এক শুভাযাত্ৰা বাহিৰ কৰে। আজি কাৰ্যসূচী আনুষ্ঠানিকভাৱে মুকলি কৰে আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰাই। এই শুভাযাত্ৰাত আৰক্ষী বিষয়াসকলৰ লগতে নতুনকৈ আৰক্ষী বিভাগত যোগদান কৰা কনিষ্ঠবলসকলে অংশগ্ৰহণ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પ્રેમમાં પાગલ યુવતીનું પરાક્રમ / ઘરના સભ્યોને બેહોશ કરી પ્રેમી સાથે થઈ પલાયન / Flash News
પ્રેમમાં પાગલ યુવતીનું પરાક્રમ / ઘરના સભ્યોને બેહોશ કરી પ્રેમી સાથે થઈ પલાયન / Flash News
The "GTE BENGALURU '24 Garment Technology Expo" inagurated in Gayatri Vihar, Palace Ground, Bengaluru.
September 20, 2024
The "GTE BENGALURU '24 Garment Technology Expo" inagurated in Gayatri Vihar,...
বিশ্ব ৰেকৰ্ডত অংশগ্ৰহণ কৰা বিহুৱা-বিহুৱতীৰ একাউণ্টত ধন সোমাব ৩০ জুন আৰু ১ জুলাইত #newsupdate
বিশ্ব ৰেকৰ্ডত অংশগ্ৰহণ কৰা বিহুৱা-বিহুৱতীৰ একাউণ্টত ধন সোমাব ৩০ জুন আৰু ১ জুলাইত #newsupdate
कहानी Israel पर हुए Hamas हमले के Mastermind की, जिसकी सिर्फ़ एक 'तस्वीर' है
कहानी Israel पर हुए Hamas हमले के Mastermind की, जिसकी सिर्फ़ एक 'तस्वीर' है