আজাদী কা অমৃত মহোৎসৱৰ উপলক্ষে আজি ডিব্ৰুগড় আৰক্ষীয়ে এক সজাগতামূলক শুভাযাত্ৰা কাৰ্যসূচী গ্ৰহণ কৰে।ঘৰে ঘৰে ত্ৰিৰংগা ৰ্শীৰ্ষক কাৰ্যসূচীৰে ডিব্ৰুগড় সদৰ আৰক্ষী থানাৰ চৌহদৰ পৰা এক শুভাযাত্ৰা বাহিৰ কৰে। আজি কাৰ্যসূচী আনুষ্ঠানিকভাৱে মুকলি কৰে আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰাই। এই শুভাযাত্ৰাত আৰক্ষী বিষয়াসকলৰ লগতে নতুনকৈ আৰক্ষী বিভাগত যোগদান কৰা কনিষ্ঠবলসকলে অংশগ্ৰহণ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Citroen Basalt भारत में हुई पेश, शानदार डिजाइन और लग्जरी इंटीरियर से लैस
कार निर्माता कंपनी Citroen अपनी 5वीं कार Basalt कूपे SUV को आज पेश किया है। इसमें काफी खुछ खास...
લો..બોલો નવીન ડામર રોડ પણ ધીરે ..ધીરે.. ચાલવા માંડ્યો
ખેડબ્રહ્મા શહેરમાં સરદાર ચોક વિસ્તારમાં નવીન ડામર રોડ થી જનતા હેરાન પરેશાન થઈ ગઈ છે નગરપાલિકા...
পথ দুৰ্ঘটনাত গুৰুত্বৰ ভাবে আহত আচমান তামাঙক আপোনাৰ সহায়ৰ প্ৰায়োজন
পথ দুৰ্ঘটনাত গুৰুত্বৰ ভাবে আহত আচমান তামাংক আপোনাৰ সহায়ৰ প্ৰায়োজন,
Israel Iran Tension Market Benefits | Global बाजार में नरमी, कौन से Stocks आगे देंगे ज्यादा मुनाफा?
Israel Iran Tension Market Benefits | Global बाजार में नरमी, कौन से Stocks आगे देंगे ज्यादा मुनाफा?
सातवीं क्लास की छात्रा से दुष्कर्म करने वाले आरोपी शाहरूख खान को बीस वर्ष का कठोर कारावास
सातवीं क्लास की छात्रा से दुष्कर्म करने वाले आरोपी शाहरूख खान को बीस वर्ष का कठोर कारावास...