ভাৰত ভূটান সীমান্তৰ দৰঙামেলা মৈনাচআলি পাহাৰত আজি পুৱা উদ্বাৰ হয় এটি অছিনাক্ত মৃতদেহ। স্থানীয় কিছু লোকে আজি মৃতদেহটো প্ৰত্যক্ষ কৰি দৰঙামেলা আৰক্ষী চকীত খবৰ দিয়াত ঘটনাস্থলীত দৰঙামেলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গোপাল দলেৰ নেতৃত্বত আৰক্ষীৰ এটা দল সেই স্থানত উপস্থিত হয়। পৰৱৰ্তী সময়ত ঘটনাস্থলীত দণ্ডাধীশ, তামুলপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, মহকুমা আৰক্ষী বিষয়াৰ লগতে তামুলপুৰ থানৰ ভাৰপ্ৰাপ্ত বিষয়াই সেই স্থানত উপস্থিত হৈ মৃতদেহটো উদ্বাৰ কৰি মৰুনত্বৰ পৰীক্ষাৰ বাবে মুছলপুৰলৈ প্ৰেৰণ কৰে। উল্লেখ যে মৃতদেহটো প্ৰায় ৩৫ বছৰীয়া এগৰাকী মহিলাৰ। মৰুনত্বৰ পৰীক্ষাৰ পিছত হে পোহৰলৈ আহিব মহিলাগৰাকীৰ মৃত্যুৰ প্ৰকৃত কাৰণ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Israel Hamas War: वो जगह जहां इसराइली और फलस्तीनी आमने-सामने रहते हैं, लेकिन... (BBC Hindi)
Israel Hamas War: वो जगह जहां इसराइली और फलस्तीनी आमने-सामने रहते हैं, लेकिन... (BBC Hindi)
કડીમાં મોબાઈલ અને પૈસાની ઉઘરાણી કરતાં યુવક પર હુમલો; યુવકને માથામાં લોખંડની પાઈપ મારી મોતને ઘાટ ઉતારી દીધો
કડી તાલુકાના મેળા આદરજ ગામે બે દિવસ અગાઉ એક યુવાને એક ઇસમને મોબાઈલ આપ્યો હતો. જે યુવાન મોબાઈલના...
खत्म हुआ इंतजार, एयर टैक्सी को DGCA ने दी हरी झंडी, सबसे पहले इन शहरों में होगी लॉन्च
शहर की भीड़भाड़ भरी सड़कों पर फंसने के दौरान हम सभी के दिमाग में एक बात आती है कि काश अपनी...
পেহীয়াটিত তিনি দিনীয়াকৈ যাত্রাভিনয় নাট আয়োজন।আখৰাত ব্যস্ত শিল্পী সকল।।
পেহীয়াটিত তিনি দিনীয়াকৈ যাত্রাভিনয় আয়োজন।আখৰাত ব্যস্ত শিল্পী সকল।।
পশ্চিম ধেমাজি অন্তৰ্গত তথা...