ভাৰত ভূটান সীমান্তৰ দৰঙামেলা মৈনাচআলি পাহাৰত আজি পুৱা উদ্বাৰ হয় এটি অছিনাক্ত মৃতদেহ। স্থানীয় কিছু লোকে আজি মৃতদেহটো প্ৰত্যক্ষ কৰি দৰঙামেলা আৰক্ষী চকীত খবৰ দিয়াত ঘটনাস্থলীত দৰঙামেলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গোপাল দলেৰ নেতৃত্বত আৰক্ষীৰ এটা দল সেই স্থানত উপস্থিত হয়। পৰৱৰ্তী সময়ত ঘটনাস্থলীত দণ্ডাধীশ, তামুলপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, মহকুমা আৰক্ষী বিষয়াৰ লগতে তামুলপুৰ থানৰ ভাৰপ্ৰাপ্ত বিষয়াই সেই স্থানত উপস্থিত হৈ মৃতদেহটো উদ্বাৰ কৰি মৰুনত্বৰ পৰীক্ষাৰ বাবে মুছলপুৰলৈ প্ৰেৰণ কৰে। উল্লেখ যে মৃতদেহটো প্ৰায় ৩৫ বছৰীয়া এগৰাকী মহিলাৰ। মৰুনত্বৰ পৰীক্ষাৰ পিছত হে পোহৰলৈ আহিব মহিলাগৰাকীৰ মৃত্যুৰ প্ৰকৃত কাৰণ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
J&K चुनाव- पहले चरण में 279 उम्मीदवारों का नामांकन:सबसे ज्यादा अनंतनाग-पुलवामा में कैंडिडेट
जम्मू-कश्मीर में 18 सितंबर को पहले चरण की वोटिंग होगी। 27 अगस्त को नामांकन पत्र दाखिल करने की...
Fortuner, Bolero नहीं October में रही इस 7 सीटर SUV की सबसे ज्यादा मांग, Top-5 में शामिल हुईं ये SUVs
भारतीय बाजार में कई निर्माताओं की ओर से 7 Seater SUVs को बिक्री के लिए उपलब्ध करवाया जाता...
*ઉદ્યોગોને આત્મનિર્ભરતા માટે સહાયની ‘‘ધ આત્મનિર્ભર ગુજરાત સ્કીમ્સ ફોર આસીસ્ટન્સ ટુ ઇન્ડસ્ટ્રીઝ’’ જાહેર કરતા મુખ્યમંત્રીશ્રી
આત્મનિર્ભર ગુજરાતથી આત્મનિર્ભર ભારત’’ની દિશામાં મુખ્યમંત્રી શ્રી ભૂપેન્દ્ર પટેલના...