অসম ৰাইফলছ আৰু আইজলৰ বিশেষ মাদক দ্ৰব্য আৰক্ষীয়ে মিজোৰামত ১.০২৬ কেজি হেৰ’ইন জব্দ কৰিছে। দুজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। জব্দ কৰা হেৰ’ইনৰ মূল্য ৫ কোটি টকা। আৰক্ষীয়ে জনোৱা মতে, গোপন তথ্যৰ ভিত্তিত যৌথ দলে জেমাবাউক অঞ্চলত অভিযান চলায়। ৮৮টা চাবোনৰ বাকচত ৰখা হেৰ’ইন জব্দ কৰিছে এজন ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা। চাবোনৰ বাচনটোৰ পৰা জব্দ ১.০২৬ কেজি হেৰ’ইন। মিজো আৰক্ষীয়ে জব্দ কৰা হেৰ’ইনৰ মূল্য পাঁচ কোটি টকাৰো অধিক বুলি জানিবলৈ দিয়ে। এই গোচৰত চম্পাই জিলাৰ মিংথান সাংগা আৰু লালসংগা নামৰ দুজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে এই সন্দৰ্ভত এফআইআৰ ৰুজু কৰি দুয়োজন সৰবৰাহকাৰীক জেৰা অব্যাহত ৰাখিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
कृष्णा सेवा संस्थान ने लगाए रिफाइनरी क्षेत्र में परिंडे
संस्थान पिछले दो माह से कर रही निशुल्क परिंडे वितरित
कृष्णा सेवा संस्थान...
Naturalist Dr. Amal Chandra Dutta's special comments on wildlife conservation
Naturalist Dr. Amal Chandra Dutta's special comments on wildlife conservation
સાબરકાંઠાના પોશીના સહિતના વિસ્તારોમાં વરસાદી માહોલ જામ્યો, જળાશયોમાં આવ્યા નવા નીર
રાજ્યમાં આગાહી મુજબ સાબરકાંઠા જીલ્લામાં છેલ્લા 24 કલાકથી સર્વત્ર વરસાદ પડી રહ્યો છે,નદી નાળા અને...
Women Traders के शेयर और निवेश से जुड़े सवालों के मिलेंगे जवाब|Saas, Bahu Aur Sensex | CNBC Awaaz
Women Traders के शेयर और निवेश से जुड़े सवालों के मिलेंगे जवाब|Saas, Bahu Aur Sensex | CNBC Awaaz