নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত ।

নামৰূপত  হেৰইনসহ চুহেল বৰা আৰু বিনোদ বড়ো নামৰ দুইজন সৰবৰাহকাৰী আটক।

লগতে AS06L6185 নম্বৰৰ এটা স্কুটি তিনিটা মবাইল ফোনৰ লগতে বিভিন্ন আপত্তি জনক সামগ্ৰী জব্দ কৰে নামৰূপ আৰক্ষীয়ে ।