দেশৰ স্বাধীনতা ৭৫ বছৰৰ উপলক্ষে উজনি মাজুলীৰ অভয়পুৰীয়া স্থিত সূলভ মূল্যৰ দোকানত আজি ত্ৰিৰংগা পতাকা বিতৰনৰ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ এই সুলভ মুল্যৰ দোকান খনে নিজৰ হিতাধীকাৰী সকলৰ লগতে গাঁওবাসীক ত্ৰিৰংগা পতাকা বিতৰণ কৰে এই বিতৰণ অনুষ্ঠানত শ্ৰীৰাম গাঁও পঞ্চায়তৰ সভাপতি ৰমেশ বৰুৱা সহ ৷ বিজেপি দলৰ বুথৰ সভপতি সহিত দোকানখনৰ হিতাধিকাৰী আৰু গাঁওবাসী উপস্থিত থাকে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
राजस्थान के लोगों को भजनलाल सरकार ने दी बड़ी राहत, शहरी सरकारों के टैक्स सिस्टम में होगा बदलाव
राजस्थान के नगरीय निकायों (नगर निगम, नगर परिषद, नगर पालिका) में टैक्स व शुल्क (टैक्स व रेवेन्यू...
চাৰিদুৱাৰত নকল সোনসহ দুজনক আটক
শোনিতপুৰৰ খনামুখত নকল সোন জব্দ
এখন বাছত দুজন লোকে সৰবৰাহ কৰি থকা অৱস্থাত জব্দ কৰা হয় ধৃত দুজনক।...
पीक विमा संदर्भात कृषी अधीक्षक जेजुरकर यांनी शेतकऱ्यांना केले आवाहन@india report
पीक विमा संदर्भात कृषी अधीक्षक जेजुरकर यांनी शेतकऱ्यांना केले आवाहन@india report
Hyundai Creta Facelift vs Kia Seltos Facelift: दोनों में किसे खरीदना ज्यादा फायदे का सौदा? यहां देखिए डिटेल्स
अपने इस लेख में हम आपके लिए हाल ही में पेश की गई 2024 Hyundai Creta Facelift और 2024 Kia Seltos...
মৰাণত ৩২ সংখ্যক ডিব্ৰুগড় জিলা লৌহ ক্ৰীড়া আৰু শৰীৰ চৰ্চাৰ প্ৰতিযোগিতা
মৰাণত ৩২ সংখ্যক ডিব্ৰুগড় জিলা লৌহ ক্ৰীড়া আৰু শৰীৰ চৰ্চাৰ প্ৰতিযোগিতা