সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চৰাইদে জিলাৰ, মাহমৰা আঞ্চলিক সমিতিৰ উদ্যোগত, ৰাষ্ট্ৰীয় শ্বহীদ জনাৰ ১২৩সংখ্যক শ্বহীদ দিৱস উদযাপন কৰা হয়।
সমগ্ৰ ভাৰতবৰ্ষৰ লগতে চৰাইদেউ জিলাৰ মাহমৰা গড়বস্তী প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গণত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা(আছা) মাহমৰা আঞ্চলিক সমিতিৰ উদ্যোগত ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ ১২৩ সংখ্যক মৃত্যু দিৱস উদযাপন কৰা দেখা গ’ল। উ্ক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি সদ্য ঘোষিত ২০২৩ শিক্ষাবৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ- ছাত্ৰীসকলক সম্বৰ্দ্ধনা জনোৱা হয় সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চৰাইদে জিলাৰ, মাহমৰা আঞ্চলিক সমিতিৰ উদ্যোগত, ৰাষ্ট্ৰীয় শ্বহীদ জনাৰ ১২৩সংখ্যক শ্বহীদ দিৱস উদযাপন কৰা হয়।
সমগ্ৰ ভাৰতবৰ্ষৰ লগতে চৰাইদেউ জিলাৰ মাহমৰা গড়বস্তী প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গণত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা(আছা) মাহমৰা আঞ্চলিক সমিতিৰ উদ্যোগত ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ ১২৩ সংখ্যক মৃত্যু দিৱস উদযাপন কৰা দেখা গ’ল। উ্ক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি সদ্য ঘোষিত ২০২৩ শিক্ষাবৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ- ছাত্ৰীসকলক সম্বৰ্দ্ধনা জনোৱা হয়