গোলাঘাটত যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান।অসম জাতীয়তবাদী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট জিলা সমিতিয়ে গোলাঘাট জিলাৰ উপায়ুক্ত কাৰ্য্যালয়ৰ সমীপৰ ত্ৰিমূৰ্তি ক্ষেত্ৰত এক ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী পালন কৰে।যোৱা ৫ জুন তাৰিখে ধেমাজি জিলাৰ পানবাৰী ত বৃক্ষ ৰোপন কৰি থকা অৱস্থাত অৰুণাচল ৰ দুৰ্বৃত্তই ২ জন লোক ক গুলিয়াই হত্যা কৰাৰ লগতে কেইবাজনো ব্যক্তিক আঘাতপ্ৰাপ্ত কৰাৰ প্ৰতিবাদত এই কাৰ্যসূচী ৰূপায়ন কৰে। পতিবাদকাৰি সকলে চুবুৰীয়া ৰাজ্য সমুহৰ সিমা সমস্যা সমাধান কৰক, অৰুণাচল দুৰ্বৃত্তৰ দাদাগীৰি নচলিব, ৰাজ্য চৰকাৰ হাই হাই,সীমা অঞ্চলৰ জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিচিত কৰক, কেন্দ্ৰীয় চৰকাৰ মূৰ্দাবাদ আদি শ্লোগান দি আকাশ বতাহ কঁপাই তোলে।উক্ত প্ৰতিবাদত জিলা সমিতিৰ সভাপতি নীকুঞ্জ মেধি সাধাৰণ সম্পাদক ৰাজীৱ দাস কে মুখ্য কৰি প্ৰায় ১০০ কৰ্মী উপস্থিত থাকে। শেষত উপায়ুক্ত ক স্মাৰক পত্ৰ প্ৰদান কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
અમરેલીમાં તા.૧૦ અને તા.૧૧ સપ્ટેમ્બરે જિલ્લાકક્ષા કલા મહાકુંભ યોજાશે
અમરેલી, તા.૮ સપ્ટેમ્બર, ૨૦૨૨ (ગુરુવાર) રમત, ગમત યુવા અને સાંસ્કૃતિક પ્રવૃત્તિઓ વિભાગ, ગાંધીનગર...
‘અર્જુન કપૂરને ધમકાવવાને બદલે અભિનય પર ધ્યાન આપો’ રાહ જુઓ – જનતા બની છે જાગૃત, મંત્રીએ લીધી કટાક્ષ
બોલિવૂડ ફિલ્મોને લઈને બોયકોટ ટ્રેન્ડ પર ગુસ્સે ભરાયેલા અભિનેતા અર્જુન કપૂરના નિવેદનને લઈને હવે...
Farmers Tractor March: आज ट्रैक्टर से Delhi कूच करेंगे किसान, Yamuna Expressway पर अलर्ट | Kisan
Farmers Tractor March: आज ट्रैक्टर से Delhi कूच करेंगे किसान, Yamuna Expressway पर अलर्ट | Kisan
UP BJP Meeting: यूपी में लोकसभा चुनाव में बीजेपी की हार की वजह आई सामने, आलाकमान को सौंपी रिपोर्ट
UP BJP Meeting: यूपी में लोकसभा चुनाव में बीजेपी की हार की वजह आई सामने, आलाकमान को सौंपी रिपोर्ट
UPSC ত অসমৰ ময়ুৰ হাজৰিকাই লাভ কৰিলে পঞ্চম স্থান
UPSC পৰীক্ষাৰ ফলাফল ঘোষণা
অসমৰ ময়ুৰ হাজৰিকাই লাভ কৰিলে পঞ্চম স্থান
২৯৮ স্থান দখল অসমৰ আইদুল...