হাতত ৰাষ্ট্ৰীয় পতাকা লৈ মানকাচৰৰ বিধায়ক আমিনুল ইছলামৰ হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীৰ প্ৰচাৰ অভিযান। ত্ৰিৰংগাক সন্মান জনাই ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ সমষ্টিবাসীক ঘৰে ঘৰে পতাকা উত্তোলনৰ আহ্বান মানকাচৰৰ বিধায়ক আমিনুল ইছলামৰ। জিলা কৃষি বিভাগ আৰু হাটশিঙিমাৰী কৃষক উৎপাদক কোম্পানীৰ সহযোগত হৰ ঘৰ ত্ৰিৰংগা আঁচনি মানকাচৰ জিলাত সফল কৰিবলৈ ভিতৰুৱা গাঁও অঞ্চলত প্ৰচাৰ চলায় বিধায়কগৰাকীয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
માધવપુર ગામે સંજીવની નેચર ફાઉન્ડેશન ગૌસેવા હોસ્પિટલની રૂબરૂ મુલાકાત લેતા કાંધલભાઈ જાડેજા
પશુપ્રેમી પર્યાવરણ પ્રેમી એવા ધારાસભ્ય કાંધલભાઈ જાડેજા દ્વારા માધવપુર મુકામે આવેલ સંજીવની નેચર...
গীটাৰ লৈ ভাস্কৰৰ ঘৰত মন্ত্ৰী বিমল বৰা, নতুন গীটাৰ পাই আনন্দত আত্মহাৰা হৈ গীত পৰিৱেশন কৰিলে ভাস্কৰে
গীটাৰ লৈ ভাস্কৰৰ ঘৰত মন্ত্ৰী বিমল বৰা, নতুন গীটাৰ পাই আনন্দত আত্মহাৰা হৈ গীত পৰিৱেশন কৰিলে ভাস্কৰে
कजली तीज मेले में सांस्कृतिक संध्या का हुआ आयोजन
बून्दी
कजली तीज मेले में सांस्कृतिक संध्या का हुआ आयोजन
बूंदी । ऐतिहासिक कजली तीज मेला रंग मंच पर...
डॉ अभिषेक जैन को अंतर्राष्ट्रीय सेफ आवार्शन डे दिवस पर किया गया सम्मानित
*डॉक्टर अभिषेक जैन को सम्मानित किया गया*
देवेंद्रनगर :राष्ट्रीय स्वास्थ्य मिशन, जन...
જીવ તાળવે ચોંટી જશે, બેકાબૂ બની એમ્બ્યુલન્સ, જુઓ Video
જીવ તાળવે ચોંટી જશે, બેકાબૂ બની એમ્બ્યુલન્સ, જુઓ Video#viralvideo #muskannews #ahmedabadnews...