অসুস্থ ৰাৱালপিণ্ডি এক্সপ্ৰেছ। হাস্পতালৰ বিচনাৰ পৰা এসময়ৰ বিধ্বংসী পেছ বলাৰজনে ক’লে- ‘বহুত কষ্টত আছো, আপোনালোকৰ দোৱা লাগে’। বিশ্ব ক্ৰিকেটত এসময়ত ত্ৰাসৰ সৃষ্টি কৰা বিশ্বৰে অন্যতম বেগী বলাৰ ছোৱেইব আখতাৰ হাস্পতালত চিকিৎসাধীন।দুয়োটা আঁঠুৰে অস্ত্ৰোপচাৰ সম্পন্ন হোৱা ছোৱেইব আখতাৰে হাস্পতালৰ বিচনাৰ পৰাই এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। য’ত তেওঁ কৈছে- বহু কষ্টত আছো, আপোনালোকৰ দোৱা লাগে। ইয়াৰ উপৰিও তেওঁ কৈছে- বহুদিনৰ পৰা কষ্টত আছো। ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ ১১ বছৰ পাছতো কষ্টত আছো। ৪-৫ বছৰ আৰু খেলিব পাৰিলো হয়। কিন্তু তেনে কৰা হ’লে আজি নিশ্চয় হুইলচেয়াৰত বহাৰ অৱস্থা আহি পৰিল হয়। উল্লেখযোগ্য যে, ঘণ্টাত ১৬১.৩ কিলোমিটাৰ বেগেৰে বল কৰি খেলপথাৰত ধুমুহাৰ সৃষ্টি কৰা ছোৱেইব আখতাৰে অষ্ট্ৰেলিয়াৰ এখন ব্যক্তিগত হাস্পতালত তেওঁৰ দুই ভৰিৰ আঁঠুৰ অস্ত্ৰোপ্ৰচাৰ সমাপন কৰে। এই অস্ত্ৰোপ্ৰচাৰ প্ৰায় ৫ ৰ পৰা প্ৰায় ৬ ঘণ্টা ধৰি চলিছিল। বহুদিন ধৰি আঁঠুৰ সমস্যাত ভোগি থকা ছোৱেইব আখতাৰে পূৰ্বৰে পৰা তেওঁৰ অনুৰাগীসকলক এই বিষয়ে কৈ আছিল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
PM Netanyahu On War: जंग के बीच पीएम नेतन्याहू का बड़ा बयान...Hamas में मचा हड़कंप | Israel
PM Netanyahu On War: जंग के बीच पीएम नेतन्याहू का बड़ा बयान...Hamas में मचा हड़कंप | Israel
Top Money Making Stocks | आज Buy या Sell करने से होगा आपको ज्यादा फायदा ? | 4 Ka Chauka Picks
Top Money Making Stocks | आज Buy या Sell करने से होगा आपको ज्यादा फायदा ? | 4 Ka Chauka Picks
ડીસા કોલેજના ચેમ્પિયન અને નેશનલ રમેલ ખેલાડીઓનું સન્માન કરાયુ
ડીસા કોલેજના ચેમ્પિયન અને નેશનલ રમેલ ખેલાડીઓનું સન્માન કરાયુ
સુરેન્દ્રનગરની વિમલનાથ સોસાયટી પાસે જૂની અદાવતમાં એક આધેડની ક્રુરતાપૂર્વક હત્યા નિપજાવાતા ચકચાર મચી
સુરેન્દ્રનગરની વિમલનાથ સોસાયટી પાસે જૂની અદાવતમાં એક આધેડની ક્રુરતાપૂર્વક હત્યા નિપજાવાતા ચકચાર...