অসুস্থ ৰাৱালপিণ্ডি এক্সপ্ৰেছ। হাস্পতালৰ বিচনাৰ পৰা এসময়ৰ বিধ্বংসী পেছ বলাৰজনে ক’লে- ‘বহুত কষ্টত আছো, আপোনালোকৰ দোৱা লাগে’। বিশ্ব ক্ৰিকেটত এসময়ত ত্ৰাসৰ সৃষ্টি কৰা বিশ্বৰে অন্যতম বেগী বলাৰ ছোৱেইব আখতাৰ হাস্পতালত চিকিৎসাধীন।দুয়োটা আঁঠুৰে অস্ত্ৰোপচাৰ সম্পন্ন হোৱা ছোৱেইব আখতাৰে হাস্পতালৰ বিচনাৰ পৰাই এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। য’ত তেওঁ কৈছে- বহু কষ্টত আছো, আপোনালোকৰ দোৱা লাগে। ইয়াৰ উপৰিও তেওঁ কৈছে- বহুদিনৰ পৰা কষ্টত আছো। ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ ১১ বছৰ পাছতো কষ্টত আছো। ৪-৫ বছৰ আৰু খেলিব পাৰিলো হয়। কিন্তু তেনে কৰা হ’লে আজি নিশ্চয় হুইলচেয়াৰত বহাৰ অৱস্থা আহি পৰিল হয়। উল্লেখযোগ্য যে, ঘণ্টাত ১৬১.৩ কিলোমিটাৰ বেগেৰে বল কৰি খেলপথাৰত ধুমুহাৰ সৃষ্টি কৰা ছোৱেইব আখতাৰে অষ্ট্ৰেলিয়াৰ এখন ব্যক্তিগত হাস্পতালত তেওঁৰ দুই ভৰিৰ আঁঠুৰ অস্ত্ৰোপ্ৰচাৰ সমাপন কৰে। এই অস্ত্ৰোপ্ৰচাৰ প্ৰায় ৫ ৰ পৰা প্ৰায় ৬ ঘণ্টা ধৰি চলিছিল। বহুদিন ধৰি আঁঠুৰ সমস্যাত ভোগি থকা ছোৱেইব আখতাৰে পূৰ্বৰে পৰা তেওঁৰ অনুৰাগীসকলক এই বিষয়ে কৈ আছিল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
અમદાવાદના IPS મેસમાં મુખ્યમંત્રી ભૂપેન્દ્રભાઈ પટેલની હાજરીમાં યોજાયેલ કાર્યક્રમમાં અદભુત નૃત્ય સાથેની ગંગા આરતી કરવા બદલ નૃત્યાવલી ટીમને સન્માનિત કરાઈ.
અમદાવાદ ખાતે આવેલ આઇપીએસ મેસ ખાતે ભવ્ય સાંસ્કૃતિક કાર્યક્રમનું આયોજન આઇપીએસ વાઇવ્સ એસોસિએશન...
বি টি আৰত সেউজ বিপ্লৱ সুচনা উদ্যামী যুৱক ৰিলেন্দ্ৰ বসুমতাৰীৰ
বি টি আৰত সেউজ বিপ্লৱ সুচনা উদ্যামী যুৱক ৰিলেন্দ্ৰ বসুমতাৰীৰ
કલેકટર કચેરી ખાતે જિલ્લા આંગણવાડી સંઘ અને અન્ય સંઘ દ્વારા પડતર પ્રશ્નોની માગણીને લઈને આવેદન પાઠવાયું
કલેકટર કચેરી ખાતે જિલ્લા આંગણવાડી સંઘ અને અન્ય સંઘ દ્વારા પડતર પ્રશ્નોની માગણીને લઈને આવેદન પાઠવાયું
ધાનેરા તાલુકા માં સરહદી વિસ્તાર માં રાજસ્થાન સરહદ નજીક રિંછ ના ધામાં..
ધાનેરા તાલુકા માં સરહદી વિસ્તાર માં રાજસ્થાન સરહદ નજીક રિંછ ના ધામાં..