মৰাণ টেঙাদলঙত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত অট'AS04AC4702 আৰু মেজিক AS04g0859ৰ মুখামুখী সংঘৰ্ষৰ ফলত মেজিকৰ চালক আৰু তেওঁৰ পুত্ৰ আহত হয়। জানিব পৰামতে চেপনৰ দিশৰ পৰা এটাগৰু ওলাই।অহাত আহি থকা মেজিক ৰ সন্মুখত গৰুক বচাবলৈ গৈ অনিয়ন্ত্ৰিত হৈ অট'ৰ লগত মুখামুখি সংঘৰ্ষ।হয় আৰু দুয়োখন বাহন পথৰ কাষত বাগৰি পৰে এই দুৰ্ঘটনাত মেজিক চালক মৰাণ চাংমাই গাৱৰ ৩৬ বছৰীয়া অৰবিন্দ ছাহ আৰু তেওঁৰ ৫বছৰীয়া পুত্ৰ আহত হয় ।আহত দুয়োজনকে ।চিকিৎসালয়লৈ নিয়া হয় আনহাতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনাৰ বুজ লয়। দুৰ্ঘটনাটোত দুয়োখন বাহন ক্ষতিগস্ত হয় ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
મહેસાણા : દિવ્યાંગ ફ્રેન્ડ ચેરીટેબલ ટ્રસ્ટ દ્વારા દિવ્યાંગો ના રાસ ગરબાનો કાર્યક્રમ યોજાયો, જુઓ Video
મહેસાણા : દિવ્યાંગ ફ્રેન્ડ ચેરીટેબલ ટ્રસ્ટ દ્વારા દિવ્યાંગો ના રાસ ગરબાનો કાર્યક્રમ યોજાયો, જુઓ...
খোৱাং মহাবিদযালয়ত নবাগত আদৰণী সভা আৰু শৈক্ষিকবঁটা প্ৰদান সভা অনুস্থিত
খোৱাং মহাবিদযালয়ত নবাগত আদৰণী সভা আৰু শৈক্ষিকবঁটা প্ৰদান সভা অনুস্থিত
খোৱাং মহাবিদ্যালয়ত...
DEESA/આમ આદમી પાર્ટીના ઉમેદવાર ડોક્ટર રમેશભાઈ પટેલે ઉમેદવારી પત્ર ભર્યુ..
DEESA/આમ આદમી પાર્ટીના ઉમેદવાર ડોક્ટર રમેશભાઈ પટેલે ઉમેદવારી પત્ર ભર્યુ..
হাৰমতীত কেনে পৰিবেশ!
হাৰমতী কাঠনী ডাঙৰীয়া মন্দিৰৰ পৰা হাৰমতী বজাৰ লৈকে মা দূৰ্গা দেৱীৰ প্ৰতিমা হাজাৰ হাজাৰ লোকে...
Nothing Phone (2a) का ब्लू कलर वेरिएंट हुआ लॉन्च, पहली सेल में भारतीय ग्राहकों को मिल रही बंपर डील
Nothing ने अपने भारतीय ग्राहकों के लिए Phone (2a) को एक नए रंग में लॉन्च कर दिया है। दरअसल इससे...