আজাদি কা অমৃত মহোৎসৱ উপলক্ষে শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰক ভিন্ন ৰঙী পোহৰেৰে উজলাই তুলিলে কেন্দ্ৰীয় পূৰাতত্ব বিভাগে। স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে ৰংঘৰক আলোকেৰে বিঢৌত কৰি স্বাধীনতাৰ ক্ষণ উপভগৰ ব্যৱস্থা কৰিছে কেন্দ্ৰীয় চৰকাৰে।