ৰহা সৰাগাওঁ নিবাসী শিক্ষক, লেখক লক্ষীপ্ৰসাদ ডেকাক অসমীয়া সমাজ গঠনত আগবঢ়োৱা অবদানৰ বাবে ৰাগীনি প্ৰেজেন্টচ প্ৰোডাক্সন প্ৰথম খবৰৰ জ্ঞানদ্বীপ বঁটা ২০২৩ ৰ বাবে নিৰ্বাচিত কৰা হৈছে।

     অহা ১১ তাৰিখে গুবাহাটি প্ৰেছ ক্লাবত এই বঁটা প্ৰদান কৰা হব।