*চাহ শ্ৰমিকৰ সুৰক্ষা আৰু প্ৰাপ্য প্ৰদানৰ দাবীত গোলাঘাট জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ l* চাহ শ্ৰমিকৰ সুৰক্ষা আৰু নিজ প্ৰাপ্যৰ বাবে দিনে নিশাই চিঞৰি অহাৰ পিচতো চৰকাৰ তথা চাহ বাগানৰ মালিক পক্ষই গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন আজি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ l নিৰাপত্তাৰ অবিহনেই চাহ ফেক্টৰী সমূহত শ্ৰমিক সকলে দিনে নিশাই কাম কৰি আহে,কিন্তু সেই সময়তে অঘটন সংঘটিত হলে সেই সম্পূৰ্ণ দায়িত্ব মালিক পক্ষে অথবা চৰকাৰে লব লাগিব বুলি আজি জিলা উপায়ুক্ত কাৰ্য্যালয়ত উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰাৰ পিচতেই সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বিষয় ববিয়া সকলে l আৰু যদিহে এওঁ লোকৰ দাবী
*চাহ শ্ৰমিকৰ সুৰক্ষা আৰু প্ৰাপ্য প্ৰদানৰ দাবীত গোলাঘাট জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ l


