মহানগৰীৰ নেডফি হাউচত চুক্তি স্বাক্ষৰ অনুষ্ঠান। আই চি চি আৰু নেডফিৰ মাজত বুজাবুজিৰ চুক্তি সম্পাদন। North East ত বিনিয়োগৰ বাবে উমৈহতীয়া ভাবে কাম কৰিব ICC আৰু নেডফিয়ে। ICC ৰ অসম শাখাৰ অধ্যক্ষ শৰৎ কুমাৰ জৈন আৰু নেডফিৰ কাৰ্যবাহী সঞ্চালক এছ কে বৰুৱাই স্বাক্ষৰ কৰে চুক্তিত। চুক্তি স্বাক্ষৰ অনুষ্ঠানত উপস্থিত নেডফিৰ অধ্যক্ষ পি ভি এছ এল এন মূৰ্তি। লগতে উপস্থিত ICC ৰ কেবাজনো শীৰ্ষ বিষয়ববীয়া।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
নামনি মাজুলী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ ৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন
মাজুলী জিলাৰ নামনি মাজুলীৰ মহৰিচুকত প্ৰতিষ্ঠিত নামনি মাজুলী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়( পূৰ্বৰ...
ছিপাঝাৰৰ দগীয়াপাৰাত আজিৰে পৰা ভাগৱতৰ অখণ্ড পাঠ; সন্ধিয়া ৰামচৰণ ভড়ালীৰ নাম
ছিপাঝাৰৰ দগীয়াপাৰাৰ শ্ৰীশ্ৰী বিষ্ণু মন্দিৰত আজিৰে পৰা আৰম্ভ হৈছে সপ্তাহজোৰা ভাগৱতৰ অখণ্ড পাঠ ,৩২...