জিলা প্ৰশাসনৰ নিৰ্দেশ অনুসৰি বানিজ্যিক চিলিণ্ডাৰ ব্যৱহাৰ কৰিব লাগিব ব্যৱসায়িক প্ৰতিষ্ঠান সমুহে।শিৱসাগৰ নগৰৰ মাজমজিয়াৰ দৌলমুখ চাৰিআলি, কেন্দ্ৰীয় বজাৰ কে আদিকৰি বিভিন্ন অঞ্চলৰ ব্যৱসায়িক প্ৰতিষ্ঠানত থকা ঘৰুৱা চিলিণ্ডাৰ সমুহ জব্দ কৰিছে শিৱসাগৰ পৌৰসভাই। জিখলা প্ৰশাসনৰ নিৰ্দৃশ মৰ্মে এনেধৰণে ঘৰুৱা চিলিণ্ডাৰ সমুহ জব্দ কৰা।হৈছে।উল্লেখযোগ্য যে বিগত কেইবাটাও দিনধৰি চিলিণ্ডাৰ বিস্ফোৰণকে আদি কৰি অগ্নিকাণ্ড সংঘটিত হৈছে নগৰৰ বিভিন্ন স্থানত ।ইয়াৰ পিছতেই দেখা গৈছেএইতৎপৰতা।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ভুৱা বাতৰিত ভুল নগৈ সতীৰ্থ আৰু ৰাইজক ধয্য নেহেৰুৱাবলৈ আহ্বান আলফা সভাপতি অৰবিন্দ ৰাজখোৱাৰ
ভুৱা বাতৰিত ভুল নগৈ সতীৰ্থ আৰু ৰাইজক ধয্য নেহেৰুৱাবলৈ আহ্বান আলফা সভাপতি অৰবিন্দ ৰাজখোৱাৰ।...
આરોપીની પાસા હેઠળ અટકાયત કરી ભાવનગર જેલ ખાતે પોલીસે મોકલી આપ્યો
આરોપીની પાસા હેઠળ અટકાયત કરી ભાવનગર જેલ ખાતે પોલીસે મોકલી આપ્યો
અમદાવાદ: પહેલી વાર શિવ ભોલેનાથનો ભવ્ય સત્સંગ અને શોભાયાત્રા
ઓમ મંડળી શિવ શક્તિ અવતાર અમદાવાદમાં પહેલી વાર શિવ ભોલેનાથનો ભવ્ય સત્સંગ અને શોભાયાત્રાનું આયોજન...
स्थानिक नेत्यांच्या हुकूमशाहीला कंटाळून एकनाथ शिंदे गटात जाहीर प्रवेश
औरंगाबाद शिवसेनेच्या स्थानिक नेत्यांच्या हुकूमशाहीला कंटाळून एकनाथ शिंदे गटात - नरेंद्र त्रिवेदी...
शहर पोलिस ठाण्याच्या हद्दीत नराधम बापाने पोटच्या लेकीवर सतत चार दिवस केला अत्याचार
हिंगणघाट पोलिस ठाण्याच्या हद्दीत एका गावात मद्यपी बापाने पोटच्या लेकीचे सतत चार दिवस दिवस-रात्र...